Monday, June 16, 2025
29.3 C
Guwahati
TOP NEWS:

আজি মহাসপ্তমী

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

ৰঙিয়াৰ পৰা প্ৰিন্স কাশ্যপঃ আজি মহাসপ্তমী। ৰঙিয়াৰ ৰাজপথত জীৱন্ত দূৰ্গা, হনুমানসহ ৰাম, লক্ষ্মণ, সীতা। বনগাঁও বাৰোৱাৰী শ্ৰী শ্ৰী দুৰ্গাপূজাৰ ৰূপালী জয়ন্তী সমাৰোহ উপলক্ষে ৰঙিয়া নগৰৰ মুল পথ সমুহেৰে ধৰ্মীয় শোভাযাত্ৰাত গজৰাজ লৈ সহস্ৰাধিক ভক্তৰ সৈতে জীৱন্ত মা দূৰ্গা, হনুমানসহ ৰাম, লক্ষ্মণ, সীতাৰ অংশগ্ৰহণ। মহাসপ্তমীৰ দিনা ৰঙিয়া বনগাওঁ পূজাথলীত ভিৰ। দেৱী আৰধনাৰ সমান্তৰালভাৱে বিশাল ধৰ্মীয় শোভাযাত্ৰাই মুহিলে সকলোকে। এইবেলি ৰঙিয়া বনগাওঁ বাৰোৱাৰী শ্ৰী শ্ৰী দূৰ্গা পূজাৰ ৰূপালী জয়ন্তী বৰ্ষ। ৰূপালী জয়ন্তী বৰ্ষত এইদৰে দেৱী বন্দনাত মুখৰিত হৈ পৰিছে ৰঙিয়া বনগাওঁবাসী। ২৫ খনকৈ ধৰ্মীয় ধ্বজা উত্তোলনেৰে সপ্তমী পূজাৰ দিনা এই ৰূপালী জয়ন্তীৰ কাৰ্য্যসূচী।

- Advertisement -

Hot this week

নাৰীৰ যৌনতাৰ (Sex) প্ৰয়োজনীয়তা আৰু অসম্পূৰ্ণ যৌনতা (Un-Satisfactions sexual life) বাবে হোৱা সমস্যা

নাৰীৰ যৌনতাৰ (Sex) প্ৰয়োজনীয়তা আৰু অসম্পূৰ্ণ যৌনতা (Un-Satisfactions sexual...

উৎকট গৰমঃ কামৰূপ মহানগৰ জিলাৰ বিদ্যালয়সমূহৰ পাঠদানৰ সময়সূচীত সাল-সলনি

উৎকট গৰমৰ পৰিপ্ৰেক্ষিতত কামৰূপ মহানগৰ জিলাৰ বিদ্যালয়সমূহৰ পাঠদানৰ সময়...

অচিনাকী যৌন ৰোগ

তলত বৰ্ননা দিয়া যৌন ৰোগসমূহ জনসাধাৰনৰ ইমান পৰিচিত নহয়...

অসম বিধানসভাৰ এদিনীয়া বিশেষ অধিবেশনত গুৰুত্বপূৰ্ণ সিদ্ধান্ত

অসম বিধানসভাই ডিব্ৰুগড় বিমান বন্দৰৰ নাম ভাৰতৰত্ন ড° ভূপেন...

বজ্ৰাসন আৰু আমাৰ স্বাস্থ্য

বজ্ৰাসন কি? বজ্ৰাসনে আমাৰ শৰীৰটোক বজ্ৰৰ দৰে দৃঢ় (কঠিন বা...

Topics

বিহালীত বিশ্বনাথ জিলা বাৰ্তাজীৱী সংঘৰ দ্বি-বাৰ্ষিক অধিবেশন  সফল সামৰণি

বিহালীত বিশ্বনাথ জিলা বাৰ্তাজীৱী সংঘৰ দ্বি-বাৰ্ষিক অধিবেশন  সফল সামৰণি অসম...

গৰ্ভাৱস্থাত যৌন সংক্ৰমণজনিত ৰোগ

গৰ্ভৱতী মহিলা এগৰাকী যৌন সংক্ৰমিত ৰোগত আক্ৰান্ত হ’ব পাৰেনে? আন...

অচিনাকী যৌন ৰোগ

তলত বৰ্ননা দিয়া যৌন ৰোগসমূহ জনসাধাৰনৰ ইমান পৰিচিত নহয়...

বজ্ৰাসন আৰু আমাৰ স্বাস্থ্য

বজ্ৰাসন কি? বজ্ৰাসনে আমাৰ শৰীৰটোক বজ্ৰৰ দৰে দৃঢ় (কঠিন বা...

Ahmedabad Air India plane crash: আহমেদাবাদৰ মেঘানিত এয়াৰ ইণ্ডিয়াৰ AI-171 বিমান দুৰ্ঘটনাগ্ৰস্ত

♦ দেশৰ ইতিহাসত ভয়াৱহ বিমান দুৰ্ঘটনা। ফটোসমূহ দেখিলে যিকোনো...

মোদী চৰকাৰৰ ১১ বছৰ সম্পূৰ্ণ

নৰেন্দ্ৰ মোদী চৰকাৰৰ ১১ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে নৰেন্দ্ৰ...

Related Articles

Popular Categories

Assam
heavy intensity rain
25.9 ° C
25.9 °
25.9 °
94 %
1.8kmh
100 %
Mon
29 °
Tue
35 °
Wed
32 °
Thu
30 °
Fri
28 °