শেহতীয়া আপডেটঃ

সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ(Dr Bhupen Hazarika) দিন

সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ ৯৫ সংখ্যক জন্ম জয়ন্তী ::

সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ ৯৫ সংখ্যক জন্ম দিনৰ শুভেচ্ছা জনালোঁ অসম খবৰ পৰিয়ালৰ তৰফৰ পৰা ৷ সুৰ, সংগীত আৰু এক মহান ব্যক্তিত্বৰে সমগ্ৰ দেশতে এগৰাকী অসমীয়া হিচাপে পৰিচয় দাঙি ধৰিছিল ভূূূপে দাই। ১৯২৬ চনৰ ৮ ছেপ্টেম্বৰত তিনিচুকীয়া জিলাৰ শদিয়াত জন্মগ্ৰহণ কৰিছিল সুধাকণ্ঠই ৷

পিতৃ নীলকান্ত হাজৰিকা আৰু মাতৃ শান্তি প্ৰিয়া হাজৰিকা দহোটি সন্তানৰ ভিতৰত জ্যেষ্ঠ পুত্ৰ আছিল তেওঁ ৷ সংস্কৃতিবান এই হাজৰিকা পৰিয়ালটোৰ সন্তান ভূপেন হাজৰিকা, জয়ন্ত হাজৰিকা, সমৰ হাজৰিকাকে ধৰি প্ৰতিগৰাকীৰেই আছে সংগীত জগতত এক সুকীয়া পৰিচয় ।

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.