শেহতীয়া আপডেটঃ

মুখ্যমন্ত্ৰী ঘোষণা পিছতে তৎপৰ শোণিতপুৰ জিলা পৰিবহণ বিভাগক

মুখ্যমন্ত্ৰী ঘোষণা পিছতে তৎপৰ শোণিতপুৰ জিলা পৰিবহণ বিভাগক :
হেলমেট পৰিধান কৰক জীৱন সুৰক্ষা ৰাখক জিলা পৰিবহণ বিষয়া

শোণিতপুৰ জিলা পৰিবহণ বিষয়া নিৰেন শৰ্মাআৰু জিলা পৰিবহণ বিভাগৰ প্ৰৱৰ্তক পৰিদৰ্শক দিগন্ত ভূঞা তেজপুৰ নগৰ যান-বাহন আৰক্ষী ভা:প্ৰাপ্ত আৰক্ষী বিষয়া ধীৰশ্বৰ বৰুৱাৰ নেতৃত্বত সোমবাৰে তেজপুৰ নগৰৰ কনকলতা অসামৰিক চিকিৎসালয় সন্মুখত যান বাহন আইনৰ লগতে হেলমেট পৰিধান ওপৰত এক সজাগতা সৃষ্টি কৰে।

পৰিবহণ বিভাগৰ দলটোৱে দুচকীয়া বাহন চালক সকলক দ্ৰুতগতি পৰিহাৰ কৰা, দুজনে উঠিলে দুয়োজনে হেলমেট পৰিধান কৰি মটৰচাইকেল চলোৱা আহ্বান জনাই মটৰচাইকেল আৰোহী সকলক। আনহাতে মটৰচাইকেল চলোৱা সময়ত হেলমেট পৰিধান নকৰিলে যান বাহন আইনৰ জড়িয়তে জৰিমনা দিয়া লগতে মটৰচাইকেল চলাই যোৱা সময়ত উঠি যোৱা গৰাকীও হেলমেট পৰিধান কৰাটো বাধ্যতামূলক বুলি প্ৰকাশ কৰে জিলা পৰিবহণ বিষয়াই ।


উল্লেখযোগ্য যে অসমত সঘনাই দুৰ্ঘটনাৰ ফলত বহু লোক মৃত্যু মুখত পৰিব লগা হোৱাত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল যে ডিচেম্বৰ পৰা কোনো লোক মটৰচাইকেল দুৰ্ঘটনাত মৃত্যু হ’ব দিয়া নহ’ব ।তাৰ বাবে মটৰচাইকেলত যোৱা দুয়ো জন লোকেই হেলমেট পৰিধান কৰাটো বাধ্যতামূলক তাৰ বাবে জিলা পৰিবহণ বিভাগে এক সজাগতা মুলক কাৰ্যসূচী ৰূপায়ণ কৰি ৰাইজক অৱগত কৰিব বুলি ঘোষণা কৰিছিল মুখ্যমন্ত্ৰীয়ে।

ঘোষণা কৰা পিছতে তৎপৰ হৈছে অসমৰ পৰিবহণ বিভাগৰ বিষয়া কৰ্মচাৰী সকল।
ৰাজ্য আন আন ঠাই লগতে শোণিতপুৰ জিলা পৰিবহণ বিভাগৰ বিষয়া সকলে এতিয়া সজাগতাত নামি পৰিছে । সোমবাৰে তেজপুৰ বিভিন্ন স্থানত জিলা পৰিবহণ বিষয়া দলটোৱে মটৰচাইকেল আৰোহীক
নিৰ্ধাৰিত গতিত আৰু যান-বাহন আইনৰ লগতে পথ সুৰক্ষা-জীৱন ৰক্ষা আদি বেনাৰ-পোষ্টাৰেৰে সজাগতা সৃষ্টিৰ প্ৰয়াস কৰি মটৰচাইকেল আৰোহী সকলক পোষ্টাৰ বিতৰণ কৰা লগতে হেলমেট পৰিধান নকৰা লোক সকলক জৰিমনা ভৰাই।এই সজাগতা উপস্থিত থাকে শোণিতপুৰ পৰিবহণ বিভাগৰ সহকাৰী পৰিদৰ্শক পৰাগ বৰুৱা, বকুল নাথ ,বিমল নাথ লগতে প্ৰৱৰ্তক পৰিক্ষক জয়ন্ত কুমাৰ তামুলী, ইন্দ্ৰজিৎ গোস্বামী।

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.