শেহতীয়া আপডেটঃ

এছিয়াৰ সবাটোকৈ বয়স্ক হাতীটো ? চাওঁ আহক

কেনে আছে এছিয়াৰ সবাটোকৈ বয়স্ক হাতীটো ?আজি বিশ্ব হস্তী দিৱস ৷ হস্তী দিৱসৰ দিনটোত ক’ত আছে এছিয়াৰ ভিতৰতে আটাইতকৈ বয়স্ক জীৱিত হাতীটো ?
 ডিজিটেল ডেস্ক ১২ আগষ্ট ::
বিজুলী প্ৰসাদ ! শতবৰ্ষ গৰকাৰ দিশে আগবঢ়া বিজুলীয়ে বহন কৰিছে বৃটিছ উপনিবেশৰ সাক্ষ্য ৷ সম্প্ৰতি বিশ্বনাথ জিলাৰ বিহালী সমষ্টিৰ অন্তৰ্গত বিহালী চাহ বাগিছাৰ বাসিন্দা বিজুলীক, বৃটিছৰ শাসনকালত উইলিয়ামছন মেগৰ টি কোম্পানীয়ে ক্ৰয় পোহ পাল দি আছিল  হাতীটোক ৷
 বৃটিছৰ অলিভাৰ চাহাবে হাতীটোক নামকৰণ কৰিছিল বিজুলী প্ৰসাদ ৷ 
ইফালে
 বিজুলী প্ৰসাদে   কোম্পানীৰটোৰ বিভিন্ন কামত ধৰণৰ সহায় সহযোগিতা আগবঢ়াই গৈছিল বিজুলী প্ৰসাদে ।
 বিজুলীক প্ৰতিপালন কৰিবলৈ  কেইবাজনো নিয়োগ কৰি  প্ৰতিমাহে প্ৰদান কৰা হৈছিল দৰমহা  উক্ত কৰ্মচাৰী সকলক। বৰ্তমানো কৰি থকা হৈছে।
মেগৰ কোম্পানীৰ পৰিয়ালৰ সদস্য  বিজুলী প্ৰসাদ  বৰ্তমানলৈকে  কোম্পানীটোৰ আভিজাত্যতা কোম্পানীটো
প্ৰতীক  চিহ্নিক 
বিজুলী প্ৰসাদক প্ৰতি ছবি দেখা যায়।
 উইলিয়ামছন মেগৰ কোম্পানী গ্ৰুপৰ অধীনৰ বিহালী চাহ বাগিচাৰ পৰিচালক মনোৰঞ্জন তালুকদাৰ  তত্ত্বাৱধানত পৰিচালিত হৈ আছে বিজুলী ৷ বিজুলীৰ পৰিচৰ্যাৰ বাবদ প্ৰতিমাহে খৰচ হয় ৪০ পৰা ৫০  হাজাৰ টকা ৷ চিকিৎসক পৰামৰ্শ অনুসৰি  বিজুলীৰ বাবে আছে নিৰ্দিষ্ট খাদ্যাভাসৰ তালিকা ৷
 বিজুলীৰ খাদ্যাভাসত প্ৰতি দিনেই থাকে প্ৰায়  25 কিলোগ্ৰাম চাউল. সম পৰিমাণৰ মাকৈ গুৰি, বুটমাহ আৰু গুৰ লগতে গৰম পানী  ৷  ইফালে  প্ৰতি সপ্তাহে বিজুলীৰ স্বাস্থ্য পৰীক্ষা কৰাই বিশ্বনাথ এজন অভিজ্ঞ পশু চিকিৎসকে লগতে ওজনো জোখা হয় ৷  হাতীটোৰ বৰ্তমানৰ ওজন 4150 কিলোগ্ৰাম আৰু বিজুলী বৰ্তমান  বসয়  89 ।
বিজুলীৰ পৰিচৰ্যাৰ বাবে এগৰাকী মাউত এগৰাকী সহায়কৰ লগতে আছে এগৰাকী চিকিৎসক আৰু এগৰাকী হস্তীৰোগ বিশেষজ্ঞ ৷ বিজুলীৰ স্বাস্থ্যৰ খতিয়ান বাগিছা কৰ্তৃপক্ষই সাপ্তাহিকভাৱে প্ৰেৰণ কৰিবলগীয়া হয় কোম্পানীটো  কলিকতাৰ মুখ্য কাৰ্যালয়লৈ ৷
বিজুলীৰ লগত আছে সকলোৰে এক আন্তৰিকতা ৷ মাউতৰ লগতো বিজুলীৰ সম্পৰ্ক  বাৰুকৈয়ে ভাল  বাগিচা খনৰ প্ৰতিজন সদস্য  লগত ।
 বাগিছা কৰ্তৃপক্ষই উল্লেখ কৰা অনুসৰি, অন্য হাতীৰ দৰে হাতী মানুহৰ সংঘাতৰ দৰে তেওঁলোকে আজিলৈ প্ৰত্যক্ষ কৰা কোনো লক্ষ্যণ  হাতীটোৰ কোনো আক্ৰমণাত্মক গতি-বিধি ৷
হাতীটো দেখা নাই।
এছিয়া মহাদেশৰ ভিতৰতে বয়স্ক হাতীৰ খিতাপ পোৱা, উইলিয়ামছন মেগৰ কোম্পানীৰ মৰমৰ বিজুলী প্ৰসাদ অসমৰ অন্যতম গৌৰৱ ৷ আজি হস্তী দিৱস দিনাই চাহ বাগিচাৰ খনত দেখা গল বিজুলীক পূজা পাতল কৰি সেৱা জনোৱা লগতে আশীৰ্বাদ বিচাৰিলে বাগিচা খনৰ কতৃপক্ষ ই ।
  অসম খবৰ  তৰফৰ পৰাও বিজুলীৰ দীৰ্ঘায়ু তথা সুস্বাস্থ্য কামনা কৰিলোঁ ।
album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.