শেহতীয়া আপডেটঃ

বিভিন্ন স্থানৰ চৰ অঞ্চলত শিক্ষকতা কৰা শিক্ষয়িত্ৰীসকলক গৃহ জিলালৈ বদলিৰ সিদ্ধান্ত

৫ বছৰ শিক্ষকতা সম্পূৰ্ণ কৰা শিক্ষয়িত্ৰীসকলক গৃহ জিলা অথবা গৃহ জিলাৰ সমীপৰ আন এখন জিলালৈ বদলি কৰা হ'ব।

বিভিন্ন স্থানৰ চৰ অঞ্চলত শিক্ষকতা কৰা শিক্ষয়িত্ৰীসকলক গৃহ জিলালৈ বদলিৰ সিদ্ধান্ত

▶️ধুবুৰী, দক্ষিণ শালমৰাকে ধৰি ৰাজ্যৰ বিভিন্ন স্থানৰ চৰ অঞ্চলত শিক্ষকতা কৰি থকা শিক্ষয়িত্ৰীসকলক ৰাজ্য চৰকাৰে গৃহ জিলালৈ বদলিৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
▶️৫ বছৰ শিক্ষকতা সম্পূৰ্ণ কৰা শিক্ষয়িত্ৰীসকলক গৃহ জিলা অথবা গৃহ জিলাৰ সমীপৰ আন এখন জিলালৈ বদলি কৰা হ’ব।
▶️মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত লোকসেৱা ভৱনত অনুষ্ঠিত অসম মন্ত্ৰীসভাৰ এখন বৈঠকত এই সিদ্ধান্ত গ্ৰহণ।

▶️সমগ্ৰ শিক্ষা অভিযানৰ অধীনত পূৰ্বৰ ৫ বছৰৰ পৰিৱৰ্তে ৩ বছৰ সেৱা সম্পূৰ্ণ কৰা শিক্ষকসকলক চৰকাৰী শিক্ষক হিচাপে নিয়মীয়াকৰণত অসম মন্ত্রীসভাৰ অনুমোদন।
চৰকাৰী বিদ্যালয়ত অধ্যয়নৰত নৱম শ্ৰেণীৰ শিক্ষাৰ্থীৰ মাজত বিতৰণৰ বাবে চাইকেল ক্রয়ত অনুমোদন
▶️স্নাতক প্ৰথম বৰ্ষৰ পাঠ্যক্ৰমত নামভৰ্তি কৰা শিক্ষাৰ্থীৰ নামভৰ্তিৰ মাচুল পৰিশোধৰ বাবে প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত ১২৬ কোটি ৯৭ লাখ টকাৰ বিত্তীয় আৱণ্টন।
▶️ৰাষ্ট্ৰীয় পেন্সন আঁচনিৰ অধীনত সামৰি লোৱা ৰাজ্যিক কৰ্মচাৰীৰ বাবে ইউনিফাইড পেন্সন আঁচনি প্ৰৱৰ্তনত অনুমোদন।
▶️অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ ১০ হাজাৰ ১৮৬ গৰাকী সামূহিক কেডাৰক অৰুণোদয় তৃতীয় পৰ্যায়ৰ আঁচনি অধীনত হিতাধিকাৰী হিচাপে অন্তৰ্ভুক্তিত অনুমোদন।

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.