টেষ্ট ক্রিকেটৰ পৰা অৱসৰ ঘোষণা কোহলীৰঃ সামাজিক মাধ্যমযোগে বাৰ্তা প্ৰকাশ

ভাৰতীয় ক্ৰিকেটাৰ বিৰাট কোহলীয়ে টেষ্ট ক্রিকেটৰ পৰা অৱসৰ ঘোষণা কৰিছে। সাম্প্ৰতিক ক্রিকেট বিশ্বৰ অন্যতম মহান খেলুৱৈ হিচাপে পৰিচিত কোহলীয়ে সামাজিক মাধ্যমযোগে এই বাৰ্তা প্ৰকাশ কৰিছে। […]

সৰ্বভাৰতীয় অসামৰিক সেৱাৰ বেডমিণ্টন প্ৰতিযোগিতাত অসমৰ সোণ আৰু ব্ৰঞ্জৰ পদক লাভ

দিল্লী চৰকাৰৰ শিক্ষা আৰু ক্ৰীড়া সঞ্চালকালয়ৰ উদ্যোগত যোৱা ৩ জানুৱাৰীৰ পৰা নতুন দিল্লীৰ থায়াগৰাজ ক্ৰীড়া প্রকল্প চৌহদত অনুষ্ঠিত সৰ্বভাৰতীয় অসামৰিক সেৱা বেডমিণ্টন প্ৰতিযোগিতা ২০২৪-২৫ৰ আজি […]

ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ উদ্যোগত গুৱাহাটীত পাঁচদিনীয়াকৈ আৰম্ভ আন্তঃমণ্ডল ক্ৰিকেট প্ৰতিযোগিতা

গুৱাহাটীঃ ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ নতুন দিল্লীস্থিত মূখ্য কাৰ্যালয়ৰ ক্ৰীড়া নিয়ন্ত্ৰণ পৰিষদৰ উদ্যোগত আৰু গুৱাহাটীৰ বৰঝাৰস্থিত উত্তৰ পূৱ মণ্ডলৰ ক্ষেত্ৰীয় ক্ৰীড়া নিয়ন্ত্ৰণ পৰিষদৰ সহযোগত আজিৰে পৰা […]

গুৱাহাটীত য়নেক্স-ছানৰাইজ মাষ্টাৰ্ছ ছুপাৰ ১০০ আন্তৰ্জাতিক বেডমিণ্টন আৰম্ভ

মুল ৰাউণ্ডত খেলাৰ সুযোগ অসম কন্যা ঈশাৰাণীৰ গুৱাহাটীঃ অসমৰ ঈশাৰাণী বৰুৱাই গুৱাহাটী মাষ্টাৰ্ছ-২০২৪ আন্তৰ্জাতিক বেডমিণ্টন প্ৰতিযোগিতাত পোনে পোনে মুল ৰাউণ্ডত খেলাৰ বাবে যোগ্যতা অৰ্জন কৰিছে৷ […]

ছিনিয়ৰ ৰাজ্যিক বক্সিং : পুৰুষৰ ৪৭ কেজি শাখাৰ ফাইনেলত প্ৰৱেশ গৌৰৱ মজুমদাৰ আৰু গৌতম পেগু

■ গুৱাহাটীৰ পল্টন বজাৰৰ ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ [ছাই]ৰ কেন্দ্ৰত অসম বক্সিং সন্থাৰ উদ্যোগত অনুষ্ঠিত ৪৪ সংখ্যক সদৌ অসম ছিনিয়ৰ আন্তঃজিলা বক্সিং প্ৰতিযোগিতাৰ আজি ছেমিফাইনেল খেলসমুহ অনুষ্ঠিত […]

ছিজনৰ প্ৰথম জয় ইষ্ট বেংগলৰ, প্ৰথমবাৰৰ বাবে গল কৰাত বিফল নৰ্থ ইষ্ট ইউনাইটেড

ইষ্ট বেংগল এফ চিঃ ১ [ডিমিট্ৰিয়াছ ২৩ মিনিট] নৰ্থ ইষ্ট ইউনাইটেডঃ ০ ক্ৰমাগত চাৰিখন মেচত অপৰাজেয় যাত্ৰা অব্যাহত ৰখা নৰ্থ ইষ্ট ইউনাইটেড এফ চিয়ে চলিত […]