অতিথিসকলক মাননি প্ৰদানৰ প্ৰয়োজনীয়তা – ড° বুলজিৎ বুঢ়াগোহাঁই
আজি-কালি সাংস্কৃতিক, শিক্ষামূলক, সামাজিক, ক্ৰীড়া আৰু ব্যৱসায়িক ক্ষেত্ৰৰ বিভিন্ন সংগঠনে বিভিন্ন ধৰণৰ অনুষ্ঠান আয়োজন কৰে। এই অনুষ্ঠানবোৰৰ বাবে পৃষ্ঠপোষকতা (sponsorship) লাভ কৰাটো এতিয়া এক […]