31.3 C
Guwahati
Tuesday, November 11, 2025
More

    শেহতীয়া আপডেটঃ

    বিশ্বনাথৰ অজিত দাসলৈ ৰাজ্যিক কৃতী শিক্ষক বঁটা-২০২২

    বিশ্বনাথৰ অজিত দাসলৈ ৰাজ্যিক কৃতী শিক্ষক বঁটা-২০২২

    বিশ্বনাথ চাৰিআলি , ১৭ অক্টোবৰ:

    ৰঙিয়াৰ অন্যতম জনপ্ৰিয় সামাজিক সাংস্কৃতিক অনষ্ঠান “সঙ্গীত গ্ৰুপ অৱ ক্ৰিয়েচনে ‘” বিভিন্ন ক্ষেত্ৰৰ তৰ লগতে বিশ্বনাথৰ চাৰিআলিৰ অজিত দাসলৈ ” ৰাজ্যিক কৃতী শিক্ষক বঁটা-২০২২ “প্ৰদান কৰিছে ।

    উমানাথ শিক্ষাগুৰু বঁটা-২০২২ আৰু বিশেষ ৰাজ্যিক বঁটা প্ৰদানৰ জনাকীৰ্ণ অনষ্ঠানত শিক্ষক অজিত দাসকৰাজ্যিক কৃতী শিক্ষক বঁটা-২০২২ ” প্ৰদান কৰা হয়।
    ৰঙিয়া চহৰৰ হৰদত্ত বীৰদত্ত ভৱনত যোৱা কালি “সঙ্গীত গ্ৰুপ অৱ ক্ৰিয়েচনে” শিক্ষক অজিত দাসৰ লগতে বিভিন্ন দিশত বিশিষ্ট ব্যক্তিসকলক প্ৰদান কৰা আন বঁটা সমূহ হৈছে-ডাঃ ভৱেশ কলিতা (গণহিতৈষী বঁটা),ডাঃ বেদব্ৰত পাঠক (মানৱহিতৈষী বঁটা), ডাঃ হিতেন্দ্ৰ কলিতা (ৰঙিয়া ৰত্ন বঁটা ) , দিগন্ত কলিতা (কৰ্মযোগী বঁটা ),ৰামচৰণ ভৰালী (নাম শিৰোমণী বঁটা), প্ৰনতি তালুকদাৰ (জনগোষ্ঠীয় সংস্কৃতিৰ সাধক বঁটা ),ময়নুল হক চৌধুৰী (সাহিত্যৰ সাধক বঁটা) ,বিকাশ ভট্টাচার্য( ক্রীড়াশ্ৰী ,ভলীবল বঁটা),দেৱেশ্বৰ শর্মা ( নটৰসিক) ,চম্পক শৰ্মা (নটচাৰ্য বঁটা ) ,কুমাৰ ভবেশ ( কণ্ঠশ্ৰী বঁটা ) ,কুমাৰ সঞ্জীৱ (সঙ্গীত সাধক বঁটা)ৰুপহী দাস, (কন্ঠজ্যোতি বঁটা) , সনাতন দাস (সমাজহিতৈষী বঁটা ) ,ডাঃ মৃণাল ভূ্ঁঞা (সেৱাৰত্ন বঁটা ) ,মীৰা দাস (কাব্যশিৰোমনি বঁটা),নিপন ভূঞা ( বিশিষ্ট সমাজসেৱক বঁটা ) , ইন্দুকল্প নাথ ( শিক্ষা উদ্যমী) , মণিষা শর্মা (কাব্যকাৰ বঁটা ) ।

    আনহাতে , খনীন্দ্ৰ নাথ শৰ্মা (উমানাথ শিক্ষাগুৰু বঁটা২০২২) প্ৰয়াত বানেশ্বৰ দেৱ শৰ্মা ৰাজ্যিক শিক্ষক বঁটা লাভ কৰে অজিত দাস ,প্ৰদীপ কলিতা , কপিল ডেকা ,বিমলা দেৱী ,ৰিতা পাচনী , মুকুল ভুঞা ,জয়ন্ত কুমাৰ শৰ্মা ,কনক কৃষ্ণ ভট্ট ,লিনু বৰদলৈ লগতে সুঅনি বঁটা লাভ কৰে ড০ ৰুণুমী দত্ত ডেকাই ।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
    • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
    • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS AUDIO CREDITS- COMPOSITION- ZUBEEN GARG LYRICS-ZUBEEN GARG MUSIC PRODUCER- ZUBEEN GARG CO-PRODUCER- NILOTPAL BORA & GAURI SHANKAR LAHON VOCALS- ZUBEEN GARG, ACHURJYA BORPATRA ACOUSTIC GUITAR- ISHANU NYLON & ELECTRIC GUITAR- PRITOM GOHAIN BARUAH BASS GUITAR- BISWAJIT CHAKRABORTY CHORUS VOICES-[...]

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    NOTICE ROI ROI BINALE Film

    •   আবেগ-অনুভূতিত কোনেও যাতে চিনেমাখনৰ ভিডিঅ' ১ ছেকেণ্ডো যাতে আপলোড নকৰে। আনকি ফটোও।  

    •   ট্ৰেলাৰটো ইতিমধ্যে দেখিছেই সকলোৱে। এই কাম নকৰিব। কিয়নো যি কাম তেওঁ বেয়া পাইছিল। সকলোলৈকে আহ্বান।  

    This will close in 30 seconds