শেহতীয়া আপডেটঃ

অহা ৫ অক্টোবৰত বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীৰ শপত গ্ৰহণ

শপত গ্রহণ অনুষ্ঠানৰ বাবে প্ৰস্তুতি প্রায় সম্পূৰ্ণ কৰি তোলা হৈছে। ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচাৰ্যৰ লগতে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই এই শপতগ্রহণ অনুষ্ঠানত অংশ লোৱাৰ কথা।

▶️বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে অহা ৫ অক্টোবৰত কোকৰাঝাৰৰ বিটিচি সচিবালয় খেলপথাৰত আয়োজিত অনুষ্ঠানত বিটিআৰৰ নতুন মুখ্য কাৰ্যবাহী সদস্যৰূপে শপত গ্ৰহণ কৰিব। Bodoland': The kingmaker is deposed, long live the kingmaker | Elections  News - The Indian Expressশপত গ্রহণ অনুষ্ঠানৰ বাবে প্ৰস্তুতি প্রায় সম্পূৰ্ণ কৰি তোলা হৈছে। ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচাৰ্যৰ লগতে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই এই শপতগ্রহণ অনুষ্ঠানত অংশ লোৱাৰ কথা। মুখ্য সচিব ড° ৰবি কোটাই বিটিচিৰ কাৰ্যবাহী পৰিষদৰ নৱনিৰ্বাচিত সদস্যসকলক শপত বাক্য পাঠ কৰোৱাব। দিনৰ ১১ বজাৰ পৰা এই শপতগ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হ’ব।

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.