পাঁচদিনীয়া কাৰ্য্যসূচীৰে আৰম্ভ গুৱাহাটী বিশ্ববিদ্যালয়ত যুৱ মহোৎসৱ

জালুকবাৰীঃ গুৱাহাটী বিশ্ববিদ্যালয়ত বিশ্ববিদ্যালয় ক্ৰীড়া পৰিষদ আৰু স্নাতকোত্তৰ ছাত্ৰসন্থাৰ উদ্যোগত আন্তঃ মহাবিদ্যালয় যুৱ মহোৎসৱ পহিলা নৱেম্বৰৰ পৰা বিশ্ববিদ্যালয় চৌহদত আৰম্ভ হৈছে। পাঁচদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা […]