
নিৰ্মাণকাৰ্যত সততাৰ নতুন অধ্যায় মুকলিৰ প্ৰতিশ্ৰুতিৰে তাজ চিমেন্টৰ ‘দ্য অনেষ্ট চিমেন্ট’ অভিযানৰ শুভাৰম্ভণি
● গুৱাহাটী: শক্তিশালী ভেঁটিৰ আৰম্ভণি ঘটে সততাৰ জৰিয়তে। এনে পৰিপ্ৰেক্ষিততে নিৰ্মাণ প্ৰক্ৰিয়াত সততা, স্বচ্ছতা আৰু বিশ্বাসৰ প্ৰচাৰৰ উদ্দেশ্যে এক ব্যতিক্ৰমী অভিযান– ‘দ্য অনেষ্ট চিমেন্ট’ৰ শুভাৰম্ভ […]