
গুৱাহাটী আউটলেটৰ সৈতে উত্তৰ-পূব ভাৰতত ফিগাৰোজ পিজাৰ আত্মপ্রকাশ, দেশব্যাপী সম্প্ৰসাৰণৰ বাবে ফ্ৰানগ্ল’বেলৰ সৈতে সহযোগিতা স্থাপন
গুৱাহাটী আউটলেটৰ সৈতে উত্তৰ-পূব ভাৰতলৈ সম্প্ৰসাৰন ফিগাৰোজ পিজাৰ, আইমী বৰুৱাৰ দ্বাৰা আড়ম্বৰপূৰ্ণ উদ্বোধনী গুৱাহাটীঃ ইটালীৰ থলুৱা সোৱাদৰ বাবে পৰিচিত ফিগাৰোজ পিজ্জাই গুৱাহাটীত প্রথম ফ্রেঞ্চাইজি আউটলেট […]