ফাৰ্মাছিষ্টৰ পাঠ্যক্ৰম সম্পন্ন কৰা শিক্ষাৰ্থীৰ ইনটাৰ্নশ্বিপৰ বাবে মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী আৰপুৰ
ফাৰ্মাছিষ্টৰ পাঠ্যক্ৰম সফলভাবে সম্পন্ন কৰাৰ পিছতো এই পৰ্যন্ত ইনটাৰ্নশ্বিপৰ সুবিধা লাভ কৰা নাই ৰাজ্যৰ প্ৰায় ৩ হাজাৰ ফাৰ্মাছিষ্টৰ শিক্ষাৰ্থীয়ে। অসম ফাৰ্মাচী কাউঞ্চিলৰ ভুল নীতিৰ বাবে […]