ৰাজ্যৰ মুগা কৃষকক মূগালাটৰ যোগান ধৰিব খানাপাৰাৰ চৰকাৰী সঁচ পামে

■ গুৱাহাটী ,১৫ ডিচেম্বৰ : এশিঙীয়া গঁড়ৰ দৰেই অসমৰ মুগাও সমগ্ৰ বিশ্বতেই সমাদৃত। অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকা আৰু সীমাৱৰ্তী পাহৰুৱা ৰাজ্যকেইখনৰ পাদদেশত বিস্তৃতি সীমাৱদ্ধ হৈ থকা […]