
দীপৰ বিল সুৰক্ষা মঞ্চৰ পামহী নদীৰ পাৰত পৌৰ নিগমে স্থাপন কৰা ডাম্পিং গ্ৰাউণ্ড বন্ধ কৰা আৰু ৰাণী -গড়ভঙা বনাঞ্চলৰ মাজেৰে জৰীপ কৰি থকা প্ৰস্তাৱিত ৰে’ল প্ৰকল্প বাতিল কৰিবলৈ দাবী
গুৱাহাটী , ১৬ ডিচেম্বৰ : গুৱাহাটীৰ গাতে লাগি থকা দীপৰ বিল হৈছে দাঁতি কাষৰীয়া অঞ্চলৰ ৰাইজৰ বাবে এক আবেগ স্বৰূপ । প্ৰায় ৪০ বর্গ কিঃমিঃ […]