চালেকি সংৰক্ষিত বনাঞ্চলত কয়লা খননৰ গোচৰঃ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা

দিহিং পাটকাইৰ প্ৰস্তাৱিত চালেকি সংৰক্ষিত বনাঞ্চলত কয়লা খননৰ গোচৰ সংক্ৰান্তত শপতনামা দাখিল কৰিব নোৱাৰিলে অহা ১৪ ফ্ৰেব্ৰুৱাৰীত অসম চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগৰ প্ৰধান সচিব […]