উত্তৰ-পূৰ্বাঞ্চলৰ বাবে ৰে’ল মন্ত্ৰালয়ৰ আৱণ্টনৰ পৰিমাণ বিগত বিত্তীয় বৰ্ষৰ বাজেটতকৈ ৪৭ শতাংশ বৃদ্ধিঃ ৰে’ল মন্ত্ৰী

২০২৫-২৬ বৰ্ষৰ কেন্দ্ৰীয় বাজেটত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বাবে ৰে’ল মন্ত্ৰালয়ৰ আৱণ্টনৰ পৰিমাণ বিগত বিত্তীয় বৰ্ষৰ বাজেটতকৈ ৪৭ শতাংশ বৃদ্ধি কৰা হৈছে। ২০২৪-২৫ বৰ্ষত অঞ্চলটোৰ বাবে […]