অসম সাহিত্য সভাই তথ্য-প্রযুক্তিক গুৰুত্ব দিয়ক

মাননীয় সম্পাদক মহোদয়, সৰ্বপ্ৰথমে, অসম সাহিত্য সভাৰ নৱনিৰ্বাচিত বিষয়ববীয়াসকললৈ অভিনন্দন জনালো। আশা কৰিছো তেওঁলোকৰ নেতৃত্বই সাহিত্য সভাক এক নতুন দিশ প্ৰদান কৰিব। বৰ্তমানৰ ডিজিটেল যুগত […]