যশস্বী সাহিত্যিক য়েছে দৰজে ঠংচিলৈ ২০২৪ বৰ্ষৰ ‘অসম প্ৰকাশন পৰিষদ সাহিত্য বঁটা’

বঁটাত আছে নগদ ৫ লাখ টকা৷ ‘ধাৰ আৰু অন্যান্য গল্প’ গ্ৰন্থৰ বাবে এই সন্মান ‘বনলতা’লৈ ‘অসম প্ৰকাশন পৰিষদ প্ৰকাশক বঁটা’ এই বঁটাত আছে নগদ ৩ […]