সৰ্বস্তৰৰ ৰাইজৰ অভূতপূৰ্ব মতদান এনডিএ-ৰ পক্ষত, অক্ষত অগপৰ দুৰ্গ বঙাইগাওঁ

গুৱাহাটীঃ অসম বিধানসভাৰ উপ-নিৰ্বাচনৰ আজি ঘোষিত ফলাফলত মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰ আৰু মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ সৰ্বাংগীণ […]

পাণ্ডু মহাবিদ্যালয়ত গুৱাহাটীৰ নগৰীয়া বানপানীৰ সমস্যা সমাধান বিষয়ক সপ্তাহজোৰা কৰ্মশালাৰ সামৰণি

জালুকবাৰীঃ পাণ্ডু মহাবিদ্যালয়ৰ ভূগোল বিভাগ আৰু আৰ্য বিদ্যাপীঠ মহাবিদ্যালয় (স্বায়ত্তশাসিত) আই কিউ এ চি, এন এছ এছ তথা পাণ্ডু মহাবিদ্যালয়ৰ আই আই চি আৰু নতুন […]

‘ধ্ৰপদী ভাষা’- প্ৰধান সম্পাদকে সম্পাদনা কৰা কিতাপৰ কামৰ নমুনা

অসম সাহিত্য সভাৰ প্ৰধান সম্পাদকে সম্পাদনা কৰা কিতাপৰ কামৰ নমুনা। বানান শুদ্ধকৈ লিখিব নজনা দুজন ডক্টৰেট। ড০ উপেন্দ্ৰজিৎ শৰ্মাৰ কাণ্ডত চৌদিশে প্ৰতিক্ৰিয়া

খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত ২৭ ডিচেম্বৰৰ পৰা ৭ জানুৱাৰীলৈ অসম গ্ৰন্থমেলা

গুৱাহাটীঃ অহা ২৭ ডিচেম্বৰৰ পৰা আৰম্ভ হ’ব বহু প্ৰতীক্ষিত “অসম গ্ৰন্থমেলা, গুৱাহাটী”৷ অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই যৌথভাৱে আয়োজন […]

গ্ৰাহকক স্বাস্থ্য বিধি উলংঘা কৰি মাছ-মাংস বিক্ৰী কৰা বিক্ৰেতাৰ বিৰুদ্ধে গুৱাহাটী পৌৰ নিগমৰ অভিযান

গুৱাহাটীঃ গ্ৰাহক ৰাইজৰ জনস্বাস্থ্যৰ দিশটোৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰি মহানগৰীত কদৰ্য্য পৰিবেশত গ্ৰাহকক মাছ-মাংস বিক্ৰী কৰা ব্যৱসায়ী সকলৰ বিৰুদ্ধে গুৱাহাটী পৌৰ নিগমৰ পশু চিকিৎসা বিভাগে […]

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত বন্যপ্ৰাণী আৰু পৰিবেশ অধ্যয়ন কেন্দ্ৰ মুকলি

আজাৰাঃ বর্তমান সময়ত বন্যপ্ৰাণী আৰু পৰিৱেশৰ প্ৰতি আহি পৰা ভাবুকি আৰু সংৰক্ষণৰ ক্ষেত্ৰত দেখা দিয়া প্রত্যাহ্বানসমূহ মোকাবিলা কৰাৰ লক্ষ্যৰে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয় চৌহদত আজি এটা […]

এবছৰীয়া হ’ল পাৰিজাত ; উলহ মালহৰে ৰাজ্যিক চিৰিয়াখানাত কেক কাটি জন্মদিন পালন

গুৱাহাটী: ৰাজ্যিক চিৰিয়াখানাত ১৬ নৱেম্বৰৰ দিনা দেখা গল এটা বিৰল দৃশ্য। কিয়নো সিদিনা চিৰিয়াখানাত এটা জিৰাফৰ গৰালত পাৰিজাত নামৰ এটা এবছৰীয়া জিৰাফৰ পোৱালিৰ জন্মদিন উলহ […]

লিডু শাখা সাহিত্য সভাৰ ৰাজহুৱা সভা

দেৱজিত বৰাঃ আজি লিডু শাখা সাহিত্য সভাৰ এখনি জৰুৰী ৰাজহুৱা সভা লিডু শাখা সাহিত্য সভাৰ নৱনিৰ্মিত ভৱনত অনুষ্ঠিত হৈ যায়। সভাখনত সভাপতিত্ব কৰে লিডু শাখা […]

অন্বেষ গোষ্ঠীৰ মাহিলি বৈঠক আৰু ভাষা গৌৰৱ সপ্তাহ পালন

আজাৰাঃ গুৱাহাটীৰ পশ্চিম প্রান্তৰ সাহিত্য আৰু সংস্কৃতিমুলক অনুষ্ঠান অন্বেষ গোষ্ঠীৰ ৮৯ সংখ্যক মাহিলী বৈঠক আৰু “ভাষা গৌৰৱ সপ্তাহ” ধাৰাপুৰ তালুক ভৱনত অলপতে অনুষ্ঠিত হয়। ড০ […]

আই টি এ মাছখোৱাত ৰাইজৰ দলৰ বৃহৎ যোগদান সভাঃ বিভিন্ন দল সংগঠনৰ তিনি শতাধিক নেতা-কৰ্মীৰ যোগদান

গুৱাহাটীঃ আজি গুৱাহাটীৰ মাছখোৱাস্থিত প্ৰাগজ্যোতিষ আই টি এৰ সভাকক্ষত ৰাইজৰ দলৰ এক বৃহৎ যোগদান কাৰ্যসূচী অনুষ্ঠিত হয়। ৰাইজৰ দলৰ কেন্দ্ৰীয় সভাপতি অখিল গগৈৰ উপস্থিতিত আম […]