যোৰহাটৰ ভুক্তভোগী মহিলা কাষত স্বেচ্ছাসেৱী সংগঠন ৱাৰিৱৰ্ছৰ বিষয়ববীয়া :

যোৰহাটৰ ভুক্তভোগী মহিলা কাষত স্বেচ্ছাসেৱী সংগঠন ৱাৰিৱৰ্ছৰ বিষয়ববীয়া

ASOM KHOBOR যোৰহাট ডিজিটেল ২০ মাৰ্চ:

যোৰহাট জিলাৰ ১৩ নং ৱাৰ্ডৰ এগৰাকী মহিলাক তেওঁৰ স্বামী আৰু স্বামীৰ পৰিয়ালৰ স্বামীগৃহত সোমোৱাত বাধা দি আহিছিল দীৰ্ঘদিন ধৰি। যাৰ ফলত মহিলা গৰাকীয়ে ২ টা বছৰ ভাড়াঘৰত থাকিব লগা হৈছিল । স্বামী গৃহৰ সকলো অধিকাৰ পৰা বঞ্চিত হৈ আছিল মহিলা গৰাকী ।
ইফালে ভুক্তভোগী মহিলা গৰাকী কাষ চাপিল ৰাজ্য সৰ্ববৃহৎ স্বেচ্ছাসেৱী সংগঠন ৱাৰিৱৰ্ছৰ যোৰহাট জিলা সমিতি কাষত।
আনহাতে ভুক্তভোগী মহিলা গৰাকীয়ে এই বিষয়ে যোৰহাট সদৰ থানাত লিখিত আবেদন জনাইছিল।তাৰ লগতে মহিলাগৰাকীয়ে সহায় বিচাৰিছিল যোৰহাট ৱাৰিৱৰ্ছৰ জিলা সমিতিক বিষয়টো অৱগত কৰিছিল।

বিষয়টো যোৰহাট জিলাৰ সমিতি WARIORS ৰ হাতত পৰা লগে লগে যোৰহাট জিলা সমিতিয়ে দেওবাৰে যোৰহাট জিলা সদৰ থানাত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়ক লিখিত ভাৱৈ বিষয়টো আবেদন কৰে।


ইফালে ৱাৰিৱৰ্ছৰ প্ৰতিনিধি দলটোৰ আগত যোৰহাট সদৰ আৰক্ষী বিষয়াই শীঘ্ৰে পুনৰ স্বামী গৃহলৈ ঘুৰাই পঠোৱা ব্যৱস্থা কৰা কথা।বিশেষকৈ এই সময় চোৱাত সহযোগিতা আগবঢ়াই
ৰাজ্যিক সমন্বয়ক তথা যোৰহাট জিলা WARIORS ৰ উপদেষ্টা স্বপ্ন চলিহা বৰা, সভানেত্রী কবিতা শৰ্মা, সম্পাদক ৰাতুল হাজৰীকা, বিত্ত সম্পাদিকা পিংকী দেৱী, পূব আঞ্চলিকৰ সভানেত্রী মিনাক্ষী বৰা দত্ত, নগৰ আঞ্চলিকৰ সদস্যা জ্যোষ্ণা দাস, চিমৰণ বৰাৰ লগত জিলাৰ সক্রিয় সদস্যা জয় বৰা আৰু সদস্য উৎপল শৰ্মাই।
যোৰহাটৰ

Be the first to comment

Leave a Reply

Your email address will not be published.


*