শেহতীয়া আপডেটঃ

সন্ধা-পয়লা সংযোগী পাগলাদিয়াৰ ওপৰৰ নতুন দলংৰ শুভাৰম্ভ

সন্ধা-পয়লা সংযোগী পাগলাদিয়াৰ ওপৰৰ নতুন দলংৰ শুভাৰম্ভ ।

শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচীৱ তথা স্থানীয় বিধায়ক জয়ন্ত মল্ল বৰুৱাই ।

এক দীৰ্ঘদিনীয়া সমস্যাৰ সমাধান কৰি আজি শুভাৰম্ভ কৰা হয় সন্ধা-পয়লা সংযোগী পাগলাদিয়াৰ ওপৰত নৱ নিৰ্মিত দলংখন ।প্ৰায় পাচ বছৰ অন্তত মুকলি হ’ব এই দলংখন । ঠিকাদাৰৰ লেহেমীয়া গতিৰ বাবে দিনৰ পিছত দিন ধৰি পৰিতক্ত্য অৱস্থাত আছিল দলংখন । আজি নলবাৰী বাসীক সাময়ীক সকাহ প্ৰদান কৰি পাগলাদিয়া পাৰৰ ওপৰত নৱ নিৰ্মিত দলংখনৰ শুভাৰম্ভণী কৰা হয় । শুভাৰম্ভ কৰে নলবাৰী সমষ্টিৰ বিধায়ক তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচীৱ জয়ন্ত মল্ল বৰুৱাই । লগতে উপস্থিত থাকে বিজেপি জিলা সভাপতি ডাঃ মৃগাংক তালুকদাৰ আৰু বিজেপি কৰ্মকতা সকল ।

নলবাৰীৰ পৰা ফইজুল হক চৌধুৰীৰ

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.