বিহালীত সজাগতা সভা নেহৰু যুৱ কেন্দ্ৰ তেজপুৰৰ

বিহালীত সজাগতা সভা নেহৰু যুৱ কেন্দ্ৰ তেজপুৰৰ :

বিহালী ১৬ জানুৱাৰী :

National youth festival 2022 ৰ National youth Week ৰ
লগত সংগতি ৰাখি শনিবাৰে বিহালী জালুকবাৰী প্ৰাথমিক বিদ্যালয় প্ৰাংগণত নেহৰু যুৱ কেন্দ্ৰ তেজপুৰ আৰু টেলেঙনীয়া যুৱ সমাজৰ সহয়োগত social service Day ওপৰত এখন সজাগতা সভা অনুষ্ঠিত হয়। নেহৰু যুৱ কেন্দ্ৰৰ স্বেচ্ছাসেৱীকা বৰ্নালী কাশ্যপে আতঁ ধৰা সভা খনৰ সভাপতিত্ব কৰে সুভাচ চন্দ্ৰ দাসে।
ইফালে সজাগতা সভা খনত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ ৰাংছালী জনতা শংকৰদেৱৰ শিশু নিকেতনৰ আচাৰ্য্য শৈশৱ বৰুৱাই। বৰুৱাই অঞ্চলৰ কণ কণ শিশু সকলক কি দৰে ঘৰত থকা সময়ত পঢ়া শুনা কৰিলে মনত থাকিব তাৰ এক প্ৰণালী প্ৰকাশ কৰে সভাত।


এই সজাগতা সভাত উপস্থিত থাকে
প্ৰাক্তন ছাত্ৰ সন্থা নেতা
মানস জ্যোতি দাস,
সুভাচ চন্দ্ৰ দাস শিক্ষক মধ্য টেলেঙনীয়া প্ৰাথমিক বিদ্যালয় লগতে টেলেঙনীয়া যুৱ সমাজৰ সদস্য সকল,স্থানীয় মইনা পাৰিজাতৰ ছাত্ৰ-ছাত্ৰী লগতে অভিভাৱক ও গাঁৱৰ খনৰ সচেতন ৰাইজ উপস্থিত থাকে।

Be the first to comment

Leave a Reply

Your email address will not be published.


*