তেজপুৰত ভাৰতীয় জনতা পাৰ্টীৰ মহিলা মৰ্চাৰ প্ৰথমখন ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা :

তেজপুৰত ভাৰতীয় জনতা পাৰ্টীৰ মহিলা মৰ্চাৰ প্ৰথমখন ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা :

তেজপুৰ অসম খবৰ ৪ ডিচেম্বৰ :

তেজপুৰত ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশ মহিলা মৰ্চাৰ নৱগঠিত সমিতি খনৰ প্ৰথমখন ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাৰ প্ৰথম খন বিষয়ববীয়া সভা অনুষ্ঠিত হয় আজি।

৫ ডিচেম্বৰত সামৰণি পৰিব লগা কাৰ্যনিৰ্বাহ সভা খন উপস্থিত থাকে আজি ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা লগতে তেজপুৰ লোক সভা সাংসদ পল্লৱলোচন দাস।
দাস সভাত উপস্থিত থাকি বক্তব্য ৰাখি কয় মহিলা সৱলীকৰণৰ ওপৰত গুৰুত্ব দি মহিলা মৰ্চাক শক্তিশালী ৰূপত আগবাঢ়ি যাবলৈ আহ্বান জনাই MP পল্লৱলোচন দাসে।


মহিলা মৰ্চাৰ ৰাজ্যিক সভানেত্ৰী Angoorlata Deka সভাপতিত্ব অনুষ্ঠিত হোৱা প্ৰথমখন বিষয়ববীয়া সভাত অসম প্ৰদেশ ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সভাপতি Bhabesh kalita ভবেশ কলিতা, সাংগঠনিক সম্পাদক Phanindranath Sharma কৰে ধৰি বহু কেইজন নেতা উপস্থিত থাকে।

Be the first to comment

Leave a Reply

Your email address will not be published.


*