শেহতীয়া আপডেটঃ

জমুগুৰিহাটত ভোগালী জলপান বিপণী মুকলি

♦ মৃন্ময় শইকীয়া, তেজপুৰঃ শোণিতপুৰ জিলাৰ জামুগুৰিহাটত আজি মুকলি হয় ভোগালী জলপানৰ বিপণী৷ চাকৰিৰ আশা নকৰি জামুগুৰিহাটৰে এজন যুবক নাম কৌশিক শইকীয়াই আজিৰ পৰা আৰম্ভ কৰিছে ভোগালী জলপানৰ এখন বিপণী৷ জামুগুৰি ডাকঘৰৰ ওচৰত আৰম্ভ হোৱা বিপনী খন বৰা চাউল কোমল চাউল পিঠ-পনা আদি অসমীয়া জাতীয় উৎসৱ বিহুৰ সকলো খাদ্য সমগ্ৰী বিপনী খনত উপলব্ধ হ’ব৷ আজি চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা উপস্থিত থকাৰ লগতে ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনে ফিটা কাটি বিপনী খন উদ্ধোধন কৰা বিপৰিতে কৌশক শইকীয়াৰ পিতৃ-মাতৃ পৰিয়ালবৰ্গৰ লগতে স্থানীয় লোক সকল উপস্থিত থাকে৷ আনহাতে এটা কথা ক’ব লাগিব যে কৌশিকৰ এই বজাৰ দখলৰ কৰ্মই ভৱিষ্যত প্ৰজন্মৰ আশাৰ ৰেঙনি কঢ়িয়াই আনিব৷ আপোনালোকে ভোগালী জলপানৰ বাবে ৯১০১৯৭২১৯৮ নম্বৰত যোগাযোগ কৰিব পাৰে৷

 

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.