আমেৰিকাৰ ইতিহাসত প্ৰথমগৰাকী মহিলা ৰাষ্ট্ৰপতি কমলা হেৰিছ ।
আমৰিকা যুক্তৰাষ্ট্ৰৰ ইতিহাসত নতুন পৃষ্ঠাৰ সংযোজন কৰিলে ভাৰতীয় মূলৰ উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছে।
দেশখনৰ প্ৰথমগৰাকী মহিলা ৰাষ্ট্ৰপতি হোৱাৰ গৌৰৱ অৰ্জন কৰিলে কমলা হেৰিছে। পোন প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰপতিৰ ক্ষমতা লাভ কৰা প্ৰথমগাৰী মহিলা ৰূপে কমলা হেৰিছে ৰচনা কৰিলে ইতিহাস।
Leave a Reply