ঐতিহাসিক কৃষি আইন বাতিল video

ঐতিহাসিক কৃষি আইন বাতিল

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বাতিল কৰিলে কৃষকৰ ওপৰত আৰোপ কৰা তিনিখনকৈ কৃষি আইন।

এই সন্ধৰ্ভত নলবাৰীত সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰ জ্যোতি বৰুৱাৰ মন্তব্য ।

লগতে ১০ তাৰিখে নলবাৰীত অনুষ্ঠিত হব লগীয়া কেন্দ্ৰীয় শ্বহীদ দিৱস সম্বন্ধে মন্তব্য আগবঢ়াই ।


Be the first to comment

Leave a Reply

Your email address will not be published.


*