::
বিহালী সমষ্টিৰ মিজিকা গাওঁ পঞ্চায়ত অন্তৰ্গত সুৰেন ভূঞাঁ আকস্মিক বিয়োগৰ খৱৰে সমগ্র বিহালী লগতে বিহালী সমষ্টিৰ বিধায়ক ৰঞ্জিত দত্তক মৰ্মাহত কৰি তুলিছে।
ইফালে আজি প্ৰয়াত ভূঞাঁ শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ উদ্দেশ্যে তেখেতৰ বাসগৃহত উপস্থিত হৈ শ্ৰদ্ধাঞ্জলি জনাই বিধায়ক ৰঞ্জিত দত্তই।ইফালে বিধায়ক দত্তই শোক সন্তপ্ত পৰিয়ালৰ সৈতে একাত্ম হৈ এশাৰী সান্তনাৰ বাণীৰে সাহস দিয়াৰ প্ৰয়াস কৰাৰ লগতে পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।
Leave a Reply Cancel reply