Wednesday, June 18, 2025
26.2 C
Guwahati
TOP NEWS:

সদৌ অসম চৰকাৰী এন পি এছ কৰ্মচাৰী সন্থাৰ কৃষ্ণাই ব্ল’ক কমিটি গঠন

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

● গোৱালপাৰা জিলাৰ কৃষ্ণাইত আজি
সদৌ অসম চৰকাৰী এন. পি. এচ কৰ্মচাৰী সন্থাৰ এখন সাধাৰণ সভা অনুষ্ঠিত হয়।

কৃষ্ণাই মাদ্ৰাছা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সভাকক্ষত বিয়লি ২:৩০ বজাত অনুষ্ঠিত সাধাৰণ সভা খনত  সদৌ অসম চৰকাৰী এন. পি. এচ কৰ্মচাৰী সন্থাৰ কৃষ্ণাই ব্লক কমিটি খন গঠন কৰা হয়।

কমিটি খনত ভক্ত প্ৰহ্লাদ নাথক সভাপতি, মেহবুব আলী আহমেদক উপ সভাপতি, মুজাহাৰুল ইছলামক সম্পাদক, ছাইফুল ইছলাম আৰু পাৰ্শ্বনাথ ৰাভাক সহঃসম্পাদক আৰু ৰাজু বণিকক কোষাধ্যক্ষ হিচাপে অন্তৰ্ভুক্ত কৰা হয় ৷

- Advertisement -

Hot this week

বিহালীত বিশ্বনাথ জিলা বাৰ্তাজীৱী সংঘৰ দ্বি-বাৰ্ষিক অধিবেশন  সফল সামৰণি

বিহালীত বিশ্বনাথ জিলা বাৰ্তাজীৱী সংঘৰ দ্বি-বাৰ্ষিক অধিবেশন  সফল সামৰণি অসম...

বজ্ৰাসন আৰু আমাৰ স্বাস্থ্য

বজ্ৰাসন কি? বজ্ৰাসনে আমাৰ শৰীৰটোক বজ্ৰৰ দৰে দৃঢ় (কঠিন বা...

গৰ্ভাৱস্থাত যৌন সংক্ৰমণজনিত ৰোগ

গৰ্ভৱতী মহিলা এগৰাকী যৌন সংক্ৰমিত ৰোগত আক্ৰান্ত হ’ব পাৰেনে? আন...

Ahmedabad Air India plane crash: আহমেদাবাদৰ মেঘানিত এয়াৰ ইণ্ডিয়াৰ AI-171 বিমান দুৰ্ঘটনাগ্ৰস্ত

♦ দেশৰ ইতিহাসত ভয়াৱহ বিমান দুৰ্ঘটনা। ফটোসমূহ দেখিলে যিকোনো...

অচিনাকী যৌন ৰোগ

তলত বৰ্ননা দিয়া যৌন ৰোগসমূহ জনসাধাৰনৰ ইমান পৰিচিত নহয়...

Topics

মোদী চৰকাৰৰ ১১ বছৰ সম্পূৰ্ণ

নৰেন্দ্ৰ মোদী চৰকাৰৰ ১১ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে নৰেন্দ্ৰ...

Related Articles

Popular Categories

Assam
overcast clouds
25.5 ° C
25.5 °
25.5 °
93 %
1.9kmh
99 %
Wed
30 °
Thu
27 °
Fri
32 °
Sat
33 °
Sun
32 °