31.3 C
Guwahati
Monday, February 2, 2026
More

    Trending Now:

    শেহতীয়া আপডেটঃ

    সংগীত শিল্পী দ্বীপেন বৰুৱাৰ পত্নীৰ দেহাৱসান

    ■ উচ্চ ৰক্তচাপ জনিত ৰোগত আক্রান্ত আজি দ্বীপেন বৰুৱাৰ পত্নী জোৎস্না ৰহমান।
    ■ কিছুদিন ধৰি স্বাস্থ্য বিসংগতি হৈ আছিল।
    ■ লতাশিলস্থিত নিজ বাসগৃহত অসুস্থ হৈ আছিল
    ■ বাথৰুমলৈ যাওঁতে পৰি গ’ল দ্বীপেন বৰুৱাৰ পত্নী
    ■ নিশা ৮ বজাত বাথৰুমলৈ যাওঁতে উচ্চ ৰক্তচাপজনিত ৰোগত আক্রান্ত হৈ পৰি যায়
    জোৎস্না ৰহমান
    ■ গোলাঘাটৰ পত্নীৰ নিজ গৃহলৈ লৈ যোৱা হব জোৎস্না ৰহমানক
    ■ মৃত্যুৰ সময়ত পত্নীৰ বয়স ৬১ বছৰ
    ■ দ্বীপেন বৰুৱাৰ অনুমতি মতে পত্নীক লৈ যোৱা হব গোলাঘাটৰ পত্নীৰ নিজ গৃহলৈ
    ■ দ্বীপেন বৰুৱাই বহু দেৰীকৈ ৬৪ বছৰ বয়সত বিবাহ-পাশত আৱদ্ধ হৈছিল। জোৎস্না ৰহমানৰ সৈতে।
    ■ তৰামাই (১৯৭৬) ছবি নিৰ্মাণৰ সময়তে প্ৰেমৰ সম্পৰ্ক স্থাপন হৈছিল যদিও পৰিয়ালৰ অসুবিধাৰ বাবে বিয়া হোৱা নাছিল।
    ■ ২০০৯ চনৰ ২১ ছেপ্টেম্বৰত দ্বিপেন বৰুৱা আৰু ছৈয়দা জোৎস্না ৰহমানৰ বিবাহ সম্পন্ন হয়।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
    • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
    • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
    • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
    • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
    • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
    • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
    • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
    • FREE BIRD | ZUBEEN GARG |
    • Herowa Chanda- Trailer
    spot_imgspot_imgspot_imgspot_img

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.