Wednesday, July 9, 2025
25.7 C
Guwahati
TOP NEWS:

বিশ্বনাথ মহিলা আৰু যুৱ মৰ্চাৰ উদ্যোগত প্ৰধানমন্ত্ৰী মোডীৰ জন্মদিন উপলক্ষে ৰক্তদান শিবিৰ

- Advertisement -

 

ভাৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী জন্ম দিনৰ উপলক্ষে ৰক্ত দান শিৱিৰ : বিশ্বনাথ মহিলা মৰ্চাৰ আৰু যুৱ মৰ্চাৰ যুটীয়া উদ্যোগত :

বিশ্বনাথ অসম খবৰ ২৫ ছেপ্টেম্বৰ ::

ভাৰত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী জন্মদিনৰ লগত সংগতি ৰাখি “সেৱা আৰু সমপৰ্ন অভিযান”ৰ অংশ হিচাপে দেওবাৰে ৰক্তদান শিৱিৰ আয়োজন কৰে বিশ্বনাথ জিলা যুৱ মৰ্চা আৰু বিশ্বনাথ জিলা মহিলা মৰ্চাই । এই কায্যসূচীত অংশগ্ৰহন কৰে বিশ্বনাথ জিলাৰ প্ৰভাৰী কামিনী কাকতি,জিলা সভানেত্ৰী লিনা বৰা শইকীয়া বিশ্বনাথ জিলাৰ যুৱ মৰ্চা সভাপতি সম্পাদকদ্বয় লগতে বহু কেইজন ভাৰতীয় জনতা পাৰ্টিৰ দলীয় সদস্য উপস্থিত থাকি ৰক্ত দান কৰে।

Hot this week

Topics

Which field of study leads to high-paying jobs quickly?

Letter to the Editor: Dear Editor,               Since 2005, I have...

শিক্ষানুষ্ঠানসমূহত কোচিং চেণ্টাৰ স্কলাৰশ্বিপ টেষ্ট

সম্পাদকলৈ চিঠি: মাননীয় সম্পাদক মহোদয়,         বর্তমান কিছুমান কোচিং  চেণ্টাৰে  স্কলাৰশ্বিপ...

শিক্ষাৰ্থীৰ কেৰিয়াৰ গঠনত বাতৰি কাকতৰ ভূমিকা

ড° বুলজিৎ বুঢ়াগোহাঁই             আজিৰ যুগত কেৰিয়াৰৰ বিকল্পবোৰ বৃদ্ধি পাইছে,,...

Scholarship Tests by Coaching Centres in Educational Institutions

Letter to the Editor:  Dear Editor,          Some coaching centres conduct...

ASSAM RIFLES TAKES OATH AGAINST DRUGS

Assam Rifles organised an anti-drug oath-taking ceremony on 26...

Related Articles

Popular Categories

Assam
overcast clouds
25.2 ° C
25.2 °
25.2 °
92 %
2.2kmh
100 %
Wed
27 °
Thu
33 °
Fri
33 °
Sat
33 °
Sun
29 °