কৃষি ফাৰ্ম কন্যকাত জনপ্ৰিয় কণ্ঠ শিল্পী জুবিন গাৰ্গ। Zubeen garg Video 

শোণিতপুৰ জামুগুৰিহাটৰ জীয়াভৰলী নদীৰ পাৰৰ বিশাল কৃষি ফাৰ্ম কন্যকাত সোমবাৰে উপস্থিত হয় জনপ্ৰিয় কণ্ঠ শিল্পী জুবিন গাৰ্গ ৷
কন্যকাই দেখুেৱা কৃষি বিপ্লৱৰ ভূয়সী প্ৰশংসা কৰাৰ লগতে অসমৰ প্ৰত্যেকজন কৃষকে খেতিৰ জড়িয়তে যাতে মাৰ্চিডিচ ল’ব পাৰে তাৰেই পোষকতা কৰে শিল্পী গৰাকীয়ে ৷
কন্যকাত থকা অসমৰ ভিতৰত বৃহৎ গোহালীৰ লগতে গুজৰাটৰ গিৰ গাই পৰিদৰ্শন অভিভুত হৈ পৰে কণ্ঠশিল্পী গৰাকী
অসমৰ বিভিন্ন কোষাগাৰত ৰাখি থোৱা গড়ৰ খৰ্গ সমুহ চৰকাৰে পুৰি পেলোৱাৰ সিদ্ধান্তত আপত্তি দৰ্শাই জনপ্ৰিয় কণ্ঠশিল্পী গৰাকীয়ে গড়ৰ খৰ্গ সমুহ মিউজিয়ামত সংৰক্ষন কৰাৰ পোষকতা কৰে ।
অসমত থাকি তালিবানৰ জয় গান গোৱা সকলৰ বিৰূদ্ধেও সোচ্চাৰ হৈ পৰে কন্ঠশিল্পী গৰাকী ৷
লগতে শৃংখল চলিহাকো বিশৃংখল আখ্যা দি তাক মই বুজাম বুলি সাংবাদিকৰ আগত শিল্পী গৰাকীয়ে ৷

Be the first to comment

Leave a Reply

Your email address will not be published.


*