Wednesday, May 14, 2025
24.5 C
Guwahati

শ্ৰীশ্ৰীকৃষ্ণৰ জন্মাষ্টমী উপলক্ষে ঐতিহাসিক সঠাই জানত নাও খেল প্ৰতিযোগিতা

জি এইড বি ডি ফাইনেন্স গ্ৰুপ আৰু সঠা যুৱ সমাজৰ উদ্যোগত অনুষ্ঠিত কৰা হয় ঐতিহাসিক নাও খেল।

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

নলবাৰী জিলাৰ বৰভাগৰ ঐতিহাসিক সঠা যানত শ্ৰী শ্ৰী কৃষ্ণৰ জন্মাষ্টমী উপলক্ষে সঠাই জানত নাও খেল প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়।

হেমেন ভট্টই আতধৰা খেলখন পৰিচালনা কৰে বিশিষ্ট সমাজকৰ্মী তথা শিক্ষক মুকুল লহকৰৰ লগতে মফিজ আলী,ৰাতুল ভট্টাচাৰ্য,শৈলেন্দ্ৰ শৰ্মাই।

জন্মাষ্টমী উপলক্ষে অনুষ্ঠিত হোৱা নাও খেলখনত প্ৰথম পুৰস্কাৰ জানমণি দলে লাভ কৰাৰ লগতে দ্বিতীয় পুৰস্কাৰ বৰশিমলুৱাৰ মা কামাখ্যা আৰু ৰাইমাধাৰ মা ফাতেমা দলে তৃতীয় পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হয়।

বিজয়ী দল সমুহক একোটাকৈ পিতলৰ কলহৰে পুৰস্কৃত কৰা হয়। বৃহত্তৰ অঞ্চলটোৰ ৰাইজে কভিড প্ৰটকল মানি নাও খেল উপভোগ কৰে।

- Advertisement -

Hot this week

Watch Awesome Kate Halle Go Full Wiming Pro in the Bahamas

Find people with high expectations and a low tolerance...

Things You Didn’t Know About the American Past Politicians

Find people with high expectations and a low tolerance...

Boxtrade Lands $50 Million in Another New Funding Round with IBM

Find people with high expectations and a low tolerance...

Plant-Based Living: A Detailed Guide: What to Eat and What to Avoid

Find people with high expectations and a low tolerance...

Topics

Operation Sindoor কেৱল এটা নাম নহয়, এই অভিযান হৈছে ৰাষ্ট্ৰৰ সামুহিক আবেগৰ এটা শক্তিশালী প্রতীকঃ প্রধানমন্ত্ৰী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অপাৰেশ্বন সিন্দুৰ সন্দৰ্ভত দেশবাসীক উদ্দেশ্যি দিয়া...

টেষ্ট ক্রিকেটৰ পৰা অৱসৰ ঘোষণা কোহলীৰঃ সামাজিক মাধ্যমযোগে বাৰ্তা প্ৰকাশ

ভাৰতীয় ক্ৰিকেটাৰ বিৰাট কোহলীয়ে টেষ্ট ক্রিকেটৰ পৰা অৱসৰ ঘোষণা...

Luxmi Group Reinforces Its Commitment to National Service

Guwahati, 12 May, 2025: Proudly rooted in heritage and driven...

শ্ৰোণীৰ প্ৰদাহ ৰোগ

শ্ৰোণীৰ প্ৰদাহ ৰোগ পি আই ডি কাক কয়? পি...

লক্ষণ অনুযায়ী স্ত্রী নির্ণয়

লক্ষণ অনুযায়ী স্ত্রী নির্ণয় দৈহিক গঠন আৰু প্ৰকৃতি অনুযায়ী নাৰীক...

অসমৰ ভাষা-সাহিত্যৰ মহীৰূহক গভীৰ শ্ৰদ্ধাৰে স্মৰণ

তীক্ষ্ণ বুদ্ধিদ্দীপ্ত চিন্তা, সৃষ্টি আৰু প্ৰতিভাৰে হোমেন বৰগোহাঞিদেৱে অসমৰ...

Related Articles

Popular Categories

Assam
broken clouds
23.2 ° C
23.2 °
23.2 °
90 %
1.8kmh
81 %
Wed
38 °
Thu
32 °
Fri
34 °
Sat
31 °
Sun
35 °

লেখনি বিচৰা হৈছেঃ


Follow the Khobor Media Group channel on WhatsApp: https://whatsapp.com/channel/0029Va7zdb21SWswKyHYlX11

লেখনি বিচৰা হৈছেঃ
অসম খবৰ ডিজিটেল সংবাদ গোষ্ঠীৰ বাৰ্ষিক আলোচনী ‘জনকণ্ঠ’ৰ বাবে সৃষ্টিশীল লেখনি বিচৰা হৈছেঃ
প্ৰতিগৰাকী লেখক/লেখিকাৰ বাবে অনুৰোধঃ

📌 লেখাবোৰ সৃজনীমূলক লেখা, যেনে- স্বৰচিত গল্প, প্ৰৱন্ধ, কবিতা, ধাৰাবাহিক উপন্যাস, অনুবাদ সাহিত্য, ভৌতিক গল্প, বিশেষ ব্যক্তিৰ সাক্ষাৎকাৰ, ভ্ৰমণ কাহিনী, ক্ৰীড়া বাৰ্তা, নীলাখামৰ চিঠি, কৌতুক, সাঁথৰ, মহৎ লোকৰ বাণী, কুইজ, সাংবাদিকতাৰ অভিজ্ঞতা, সংবাদ ক্ষেত্ৰৰ ভৱিষ্যত, বুৰঞ্জীমূলক লেখা, স্বাস্থ্য সজাগতা,
ৰাজনীতিৰ ওপৰত লেখা, সৃষ্টিশীল বাতৰি, ছবি, কাৰ্টুন, ফটোগ্ৰাফী ইত্যাদি সামৰি লোৱা হৈছে।
📌 একেজন লিখকৰ একাধিক সৃষ্টিও ইয়াত প্ৰকাশ পাব। চৰ্ত কেৱল প্ৰকাৰ ভিন্ন হোৱাটো বাঞ্চনীয়।
📌আলোচনীত যিকোনো ধৰণৰ লেখা প্ৰকাশ পাবৰ বাবে আপোনাৰ সৃষ্টিৰাজিক স্পষ্টকৈ মোবাইলত বা কম্পিউটাৰ DTP কৰি  asomkhobor@gmail.com অথবা 8404052898 নম্বৰত প্ৰেৰণ কৰিবলৈ অনুৰোধ জনালোঁ।
ইতি-
অসম খবৰ’ পৰিয়ালৰ হৈ
মুখ্য সম্পাদক অশ্বিনী কুমাৰ গগৈ
মুখপাত্ৰ সম্পাদক শ্ৰীমন্ত দাস


This will close in 45 seconds