২৩ মাৰ্চ ২০২৫ তাৰিখে শিৱসাগৰ টাই সাংস্কৃতিক বিকাশ কেন্দ্ৰত অনুস্থিত হোৱা ৰাজহুৱা সভাৰ মুকুল ৰাজকোঁৱৰৰ সভাপতিত্বত ২০২৫ বৰ্ষৰ উদযাপন সমিতি গঠন কৰা হয়৷ উক্ত সভাত ৰাজভূষন গগৈক সভাপতি, মুকুল ৰাজকোঁৱৰ আৰু কুশল চেতিয়াক কাৰ্যকৰী সভাপতি, পৰাগ বড়াক মুখ্য সম্পাদক, অগৰিম বৰগোঁহাই আৰু প্ৰণৱ চেতিয়াক যুটীয়া সম্পাদক বিপুল গগৈক সহকাৰী সম্পাদক আৰু গোপীনাথ দাস, ৱাহিদৰ ৰহমান, প্ৰাঞ্জল কাকতিক উপসভাপতি হিচাপে লৈ ৩০ জনীয়া কমিটি গঠন কৰা হয়।
Leave a Reply Cancel reply