- শিৱসাগৰত ভিক্টৰ দাস
- এটি গীতৰ চুটিঙৰ বাবে শিৱসাগৰত উপস্থিত ভিক্টৰ দাস
- ইণ্ডিয়াছ গট লেটেণ্ট সন্দৰ্ভটো মুখ খুলিলে ভিক্টৰে
- কিবা এটা ইচ্ছু লুকোৱাবলৈ এইটো ইচ্ছু বনাই লাভ নাই
- এতিয়া অসম আৰক্ষীকো টি আৰ পিৰ প্ৰয়োজন হৈছে
- মুখ্যমন্ত্ৰীৰ ফেচবুক লাইভক লৈও কটাক্ষ ভিক্টৰ দাসৰ
- মুম্বাইত গৈ তদন্ত কৰা সন্দৰ্ভটো অৰ্থহিন বুলি সমালোচনা
- নিৱনুৱা সমস্যাক লৈ মুখ্যমন্ত্ৰীক উদ্দেশ্যি মন্তব্যঃ ‘৩০ লাখ টকীয়া চাকৰি নালাগে ৩০ হাজাৰ টকীয়াই চাকৰি দিয়ক’
Leave a Reply Cancel reply