অসম ক্ৰিকেট সন্থাই অহা ৬ নৱেম্বৰৰ পৰা স্থানীয় এ চি এ ষ্টেডিয়ামত তামিল নাডুৰ বিৰুদ্ধে হবলগীয়া ৰঞ্জী ট্ৰফীৰ চতুৰ্থখন খেলৰ বাবে অসমৰ খেলুৱৈৰ লগতে সহায়ক ষ্টাফৰ নাম প্ৰকাশ কৰিছে।
খেলুৱৈসকলঃ ডেনিছ দাস (অধিনায়ক), মুখতাৰ হুচেইন (উপ অধিনায়ক), দৰ্শন ৰাজবংশী, মৃণ্ময় দত্ত, ভাৰ্গৱ দত্ত, ৰাহুল সিং, স্বৰূপম পুৰকায়স্থ, পাৰভেজ মুছাৰাফ, সুমিত ঘাদিগাঁওকাৰ (উইকেটকীপাৰ), ৰুহিনন্দন পেগু (উইকেটকীপাৰ), ঋষভ দাস, শুভম মণ্ডল, শিৱশংকৰ ৰয়, ৰোহিত সিং আৰু জিতু আলী।
সহায়ক ষ্টাফঃ মুখ্য প্ৰশিক্ষক- বিবেক জয়চিমা, প্ৰশিক্ষক ধীৰাজ গোস্বামী, ট্ৰেইনাৰ ৰাহুল পাণ্ডে, ফিজিঅ’- ভীষ্ম প্ৰতাপ সিং, ভিডিঅ’ বিশ্লেষক ৰাজেশ শৰ্মা, মালিচকাৰী হৰি কৃষণ, থ্ৰ’ডাউন সহযোগী কাৰ্তিক তালুকদাৰ আৰু শুভংকৰ দে আৰু মেনেজাৰ সুদীপ চক্ৰৱৰ্তী।
অসম ক্ৰিকেট সন্থাৰ মুখ্য কাৰ্যবাহী বিষয়া প্ৰীতম মহন্তই জাৰি কৰা এক বিজ্ঞপ্তিত এই কথা প্ৰকাশ কৰিছে।
Leave a Reply