ৰঙিয়াৰ পৰা প্ৰিন্স কাশ্যপঃ ৰঙিয়া চহৰৰত প্ৰায় ৪৫ খন দুৰ্গা পূজা অনুষ্ঠিত হৈছে। ইয়াৰ মজত আছে ৰঙিয়া শিৱ মন্দিৰ প্ৰাঙ্গণত, ৰঙিয়া বজাৰত, তিনিআলি, ষ্টেচন, মুৰাৰা, বাৰ্মীচ নগৰ, মধুকুচী, পুঠিমাৰি, কমাৰগাও কে ধৰি বিভিন্ন স্থানত প্ৰায় ৪৫ খন দুৰ্গা পূজা অনুষ্ঠিত হয়। যদিও মূল্য বৃদ্ধিয়ে ৰাইজক জুৰুলা কৰিছে তথাপিও কিন্তু দুৰ্গা পুজাত ভক্তৰ ভীৰ কম হোৱা পৰিলক্ষিত হোৱা নাই। এতিয়া ৰঙিয়াৰ চাৰিওফালে কেবল নাম কীৰ্তনে ৰজনজনাই আছে।
Leave a Reply Cancel reply