পেৰিছ অলিম্পিকৰ মহিলা মল্লযোদ্ধা ৱিনেশ ফোগতক সামান্য পৰিমাণে ওজন বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত ৫০ কিলোগ্রাম ওজন শাখাৰ ফ্ৰী ষ্টাইল শিতানৰ ফাইনেলৰ বাবে অযোগ্য ঘোষণা কৰা হৈছে। অলিম্পিকৰ ইতিহাসত প্ৰথমবাৰৰ বাবে ফাইনেলত প্ৰৱেশ কৰা দেশৰ এইগৰাকী মহিলা মল্লযোদ্ধা আজি এই প্ৰতিযোগিতাৰ ফাইনেলত অৱতীৰ্ণ হ’বলগীয়া আছিল।
ইয়াৰ পূৰ্বে ৱিনেশ ফোগতে বিশ্বৰ প্ৰথমস্থানৰ খেলুৱৈ তথা ২০২০ চনৰ টকিঅ’ অলিম্পিকৰ চূড়ান্ত বিজয়ী জাপানৰ য়ুয়ি ছুজাকীক প্ৰি কোৱাৰ্টাৰ ফাইনেলত পৰাস্ত কৰিছিল। খেলুৱৈগৰাকীয়ে কোৱাৰ্টাৰ ফাইনেলত ইউক্রেইনৰ অ’কচানা লিভাচক পৰাস্ত কৰি ছেমি ফাইনেলত স্থান নিশ্চিত কৰাৰ বিপৰীতে ছেমি ফাইনেলত কিউবাৰ য়ুছনেইলিছ গুজমান
Leave a Reply Cancel reply