31.3 C
Guwahati
Sunday, November 9, 2025
More

    শেহতীয়া আপডেটঃ

    এজন ব্যতিক্ৰমী পূজাৰী আৰু মহানুভৱতা

    এজন ব্যতিক্ৰমী পূজাৰী আৰু মহানুভৱতা

    অসম খবৰ চতিয়া ৪ এপ্ৰিল :

    এজন ব্যতিক্ৰমী পূজাৰী ৷ পূজাৰী জন এই কাৰণেই ব্যতিক্ৰমী বুলি কৈছো কাৰণ এই জন পূজাৰীয়ে মন্দিৰটোত থকা দেৱদেৱীৰ লগতে নিতৌ পূজা কৰে দেৱদেৱীৰ লগতে নিৰ্মাণ কৰি লোৱা নিজন আৰু নিজৰ জীৱিত পত্নীৰ প্ৰতিমূৰ্ত্তিত ৷এইবাৰ নিজৰ মহানুভৱতাৰ পৰিচয় দি পুনৰ চৰ্চালৈ আহিছে চতিয়াৰ ঘিলাধাৰী নৈৰ সমীপত থকা পঞ্চমূখী হনুমানন্ মন্দিৰৰ এইজন পূজাৰী ৷

     

    মন্দিৰৰ দান-বৰঙনিৰে এইবাৰ পূজাৰী জনে কিনিলে এখন এম্বুলেন্স ৷ বাবা ৰাম দাস সন্তজী মহাৰাজ নামৰ এই পূজাৰী জনক বোলে সপোনত ইশ্বৰে নিৰ্দেশ দিয়াৰ বাবে দুখীয়াৰ বাবে কিনিলে এইখন এম্বুলেন্স ৷ ২০০৮ চনৰ পৰা পোৱা দান-বৰঙনিৰে এম্বুলেন্স কিনি ৰাইজলৈ উচৰ্গা কৰিছে৷ বিশ্বনাথৰ ঘিলাধাৰী দলংৰ কাষত থকা শিৱ গংগা ধাম পঞ্চমুখী হনুমান মন্দিৰৰ পুৰোহিত বাবাই কিনা এই এম্বুলেন্স খনৰ জড়িয়তে উপকৃত হব ৰোগী সকল ৷ যি সকল ৰোগীৰ সামৰ্থ্য আছে কেৱল তেল ভৰালেই পাব এই এম্বোলেন্স সেৱা আৰু যি সকল ৰোগীৰ সামৰ্থ্য নাই বিনামুলীয়াকৈ লাভ কৰিব এই এম্বুলেন্স সেৱা ৷ জৰুৰীকালীন সময়ত এম্বুলেন্স লাগিলে মন্দিৰ কৰ্তৃপক্ষৰ লগত 8486312848 নম্বৰত যোগাযোগ কৰিলেই ৰোগীয়ে লাভ কৰিব এম্বুলেন্স সেৱা ৷

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
    • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
    • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS AUDIO CREDITS- COMPOSITION- ZUBEEN GARG LYRICS-ZUBEEN GARG MUSIC PRODUCER- ZUBEEN GARG CO-PRODUCER- NILOTPAL BORA & GAURI SHANKAR LAHON VOCALS- ZUBEEN GARG, ACHURJYA BORPATRA ACOUSTIC GUITAR- ISHANU NYLON & ELECTRIC GUITAR- PRITOM GOHAIN BARUAH BASS GUITAR- BISWAJIT CHAKRABORTY CHORUS VOICES-[...]

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    NOTICE ROI ROI BINALE Film

    •   আবেগ-অনুভূতিত কোনেও যাতে চিনেমাখনৰ ভিডিঅ' ১ ছেকেণ্ডো যাতে আপলোড নকৰে। আনকি ফটোও।  

    •   ট্ৰেলাৰটো ইতিমধ্যে দেখিছেই সকলোৱে। এই কাম নকৰিব। কিয়নো যি কাম তেওঁ বেয়া পাইছিল। সকলোলৈকে আহ্বান।  

    This will close in 30 seconds