31.3 C
Guwahati
Tuesday, November 11, 2025
More

    শেহতীয়া আপডেটঃ

    পীড়লা সত্ৰত আৰ্চায নাৰায়ণ দেৱৰ তিৰোভাৱ তিথি উদযাপনঃ নাম-প্ৰসঙ্গৰ আয়োজন

    ◊মনীষা শৰ্মাঃ মহাপুৰুষ হৰিদেৱ দেৱৰ শিষ্য আচাৰ্য নাৰায়নদেৱৰ তিৰোভাৱ তিথি উপলক্ষে বৰপেটা জিলাৰ গণকপাৰা গাওঁত অৱস্হিত শ্ৰী শ্ৰী পীড়লা সত্ৰত ২১ ফেব্ৰুৱাৰীত নাম প্ৰসঙ্গ অনুস্থান উদযাপন কৰা হয়৷ বহৰি আৰু বামপাৰা গাওঁৰ প্ৰায় ১০০ জন ভকত আৰু নামতিয়ে উক্ত অনুস্থানত উপস্থিত থাকে৷

    উল্লেখযোগ্য যে অনুস্থানটোত প্ৰতিনিধিত্ব কৰে শ্ৰী শ্ৰী পীড়লা সত্ৰৰ সম্পাদক মুন শৰ্মাই৷ বঙাইগাঁওৰ ছিৱনচিলা সত্ৰৰ পৰাও এটা দল উক্ত অনুষ্ঠানটোত যোগদান কৰে৷ পীড়লা সত্ৰৰ সত্ৰাধিকাৰ দ্বীপেন্দ্ৰনাথ গোস্বামী আৰু ডেকা সত্ৰাধিকাৰ গুনজিৎ গোস্বামীও উক্ত অনুষ্ঠানটোত উপস্থিত থাকে৷ সত্ৰত নাম প্ৰসঙ্গ শেষ কৰি পীড়লা সত্ৰৰ নিলগত থকা বামপাৰা বাসুদেৱ মন্দিৰত সকলোৱে ভোজভাত গ্ৰহণ কৰে বুলি উদ্যোক্তাসকলে জনিবলৈ দিয়ে।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
    • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
    • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS AUDIO CREDITS- COMPOSITION- ZUBEEN GARG LYRICS-ZUBEEN GARG MUSIC PRODUCER- ZUBEEN GARG CO-PRODUCER- NILOTPAL BORA & GAURI SHANKAR LAHON VOCALS- ZUBEEN GARG, ACHURJYA BORPATRA ACOUSTIC GUITAR- ISHANU NYLON & ELECTRIC GUITAR- PRITOM GOHAIN BARUAH BASS GUITAR- BISWAJIT CHAKRABORTY CHORUS VOICES-[...]

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    NOTICE ROI ROI BINALE Film

    •   আবেগ-অনুভূতিত কোনেও যাতে চিনেমাখনৰ ভিডিঅ' ১ ছেকেণ্ডো যাতে আপলোড নকৰে। আনকি ফটোও।  

    •   ট্ৰেলাৰটো ইতিমধ্যে দেখিছেই সকলোৱে। এই কাম নকৰিব। কিয়নো যি কাম তেওঁ বেয়া পাইছিল। সকলোলৈকে আহ্বান।  

    This will close in 30 seconds