31.3 C
Guwahati
Monday, October 20, 2025
More

    শেহতীয়া আপডেটঃ

    মণিপুৰত দুগৰাকী মহিলাক নগ্ন কৰা ঘটনা সন্দৰ্ভত শিৱসাগৰত প্ৰতিবাদ

    মণিপুৰত দুগৰাকী মহিলাক নগ্ন কৰি এচাম উত্তেজিত লোকে সমদল কৰাকলৈ শিৱসাগৰতো তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে।

    এনে জঘন্য কাণ্ডৰ বিৰুদ্ধে শিৱসাগৰ মুক্তিনাথ চাৰি আলিত আজি নিশা ৮বজাত অসম জাতীয় পৰিষদে মৌন প্ৰতিবাদ সাব্যস্ত কৰে।

    https://fb.watch/lWsn7CaszD/?mibextid=Nif5oz

    অসম জাতীয় পৰিষদৰ একাংশ কৰ্মীয়ে হাতে হাতে মম লৈ এনে ঘটনাৰ তীব্ৰ গৰিহণা দিয়াৰ লগতে শান্তি শৃংখলা ঘূৰাই অনাৰ দাবী জনাই।

    https://fb.watch/lWsl3fPxS7/?mibextid=Nif5oz

    মণিপুৰত দীৰ্ঘদিনৰে পৰা হিংসাত্মক ঘটনা সংঘটিত হৈ থকাৰ পিছতো প্ৰধানমন্ত্ৰী গৰাকীয়ে শান্তি ঘূৰাই অনাৰ স্বাৰ্থত কোনো পদক্ষেপ নোলোৱা বুলি তীব্ৰ ক্ষোভ প্ৰকাশ কৰে অসম জাতীয় পৰিষদে।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds