Wednesday, July 30, 2025
25.7 C
Guwahati
TOP NEWS:

কৃষ্ণাই ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ত মণ্ডল পৰ্যায়ৰ সম্প্ৰদায় উৎসৱ

- Advertisement -

কৃষ্ণাই ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ত মণ্ডল পৰ্যায়ৰ সম্প্ৰদায় উৎসৱ

সমগ্ৰ শিক্ষা গোৱালপাৰা আৰু  মাটিয়া শিক্ষা খণ্ডৰ সহযোগত আজি গোৱালপাৰা জিলাৰ কৃষ্ণাইত

মণ্ডল পৰ্যায়ৰ সম্প্ৰদায় উৎসৱ খনি অনুষ্ঠিত কৰা হয় ৷ কৃষ্ণাই, কৃষ্ণাই মোক্তাব আৰু মোলানডুবি সমল কেন্দ্ৰৰ যৌথ উদ্যোগত আয়োজিত সম্প্ৰদায় উৎসৱ খনি অনুষ্ঠিত হয় কৃষ্ণাই ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ৷

সম্প্ৰদায় উৎসৱৰ লগত সংগতি ৰাখি ছাত্ৰছাত্ৰী সকলৰ মাজত বিভিন্ন নৃত্য গীতৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় ৷

অনুষ্ঠানৰ শেষত ছাত্ৰ-ছাত্ৰীৰ মাজত অনুষ্ঠিত হোৱা বিভিন্ন প্ৰতিযোগিতাত পাৰদৰ্শিতা দেখুওৱা কৃতি ছাত্ৰ-ছাত্ৰীক বঁটা প্ৰদান কৰি উৎসাহিত কৰা হয় ৷

কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথ

vdo byte দিছোঁ

Hot this week

Bajaj Finance’s Financial Literacy initiative ‘Arthsutra Samvad’ Reaches Assam’s Heartland

  The Pan-India Financial Literacy programme aims to promote...

Let’s Break It Down this World Hepatitis Day

Guwahati, July 28, 2025: Marking World Hepatitis Day on...

কোন হ’ব বিহালীত পৰৱৰ্তী বিধায়ক ? দিগন্ত ঘাটোৱালৰ আসন কোনে দখল কৰিব :

কোন হ’ব বিহালীত পৰৱৰ্তী বিধায়ক ? দিগন্ত ঘাটোৱালৰ আসন...

Topics

সুভাংশু শুক্লাসহ অন্য ৩ গৰাকী মহাকাশচাৰীৰ পৃথিৱী অভিমুখে ওভতনি যাত্রা

AXIOM-4 অভিযানৰ সুভাংশু শুক্লাসহ অন্য ৩ গৰাকী মহাকাশচাৰীৰ পৃথিৱী...

Samsung India Begins Pre Orders for Galaxy Z Fold7, Galaxy Z Flip7 – The Most Advanced Galaxy Z series yet

New Delhi, July 14, 2025: Samsung, India’s largest consumer electronics...

Related Articles

Popular Categories

Assam
broken clouds
25.2 ° C
25.2 °
25.2 °
93 %
2.5kmh
77 %
Tue
25 °
Wed
33 °
Thu
34 °
Fri
33 °
Sat
32 °