ধুবুৰীৰ সাধুভাষাত ভয়াৱহ অগ্নিকাণ্ড ।
এটা পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণ ৰূপে ভস্মীভূত এই অগ্নি কাণ্ডত।
নগত ধন সহ কেবা লক্ষাধিক টকা ক্ষয়-ক্ষতি।
দেওবাৰে নিশা প্ৰায় ১০ মান বজাত ধুবুৰীৰ বিলাসীপাৰা মহকুমাৰ আটানী আৰক্ষী চকীৰ অন্তৰ্গত সাধুভাষা ১ম খণ্ড গাঁৱৰ নুৰ ইছলাম( ৩৫) লোক জনৰ গৰু গোহালিত হঠাৎ জুই জ্বলি উঠে। আৰু এই গোহালি জুই পৰা
নিমিষতে অঞ্চলটো আন তিনিটা পৰিয়ালৰ ঘৰ সম্পূৰ্ণ ৰূপে ভস্মীভূত হোৱা ফলত বহু পৰিমাণৰ ক্ষয়-ক্ষতি হয়
অগ্নি কাণ্ডৰ ফলত ঘৰৰ আচবাব পত্ৰৰ লগতে নগদ ধন পোহনীয়া গৰু, হাঁহ,কুকুৰা,ভূমি সংক্ৰান্তীয় যাৱতীয় নথি পত্ৰ,ভোটাৰ আই কাৰ্ড,এন আৰ চিকে আদি কৰি বহু লাগতিয়াল নথি পত্ৰ অগ্নি কাণ্ডৰ ফলত জ্বলি ভস্মীভূত হৈ যায় ।
*অগ্নি কাণ্ডৰ কাৰণ বাতৰি লিখা সময় লৈকে জানিব পৰা হোৱা নাই*।
*পৰ্বতঝোৰাৰ পৰা মোবাৰক খানৰ ৰিপট ৰিপোৰ্ট*।
Leave a Reply