নাম সলনি কৰা হ’ব আৱাহন থিয়েটাৰত মঞ্চস্থ হোৱা নাট “লভিতা”ৰ।
নলবাৰীৰ পকোৱাত ঘোষণা নাট্যকাৰ অভিজিৎ ভট্টাচাৰ্য্য আৰু অভিনেত্ৰী প্ৰস্তুতি পৰাশৰৰ।
বিকৃত কৰা হোৱা নাই জ্যোতিপ্ৰসাদৰ লভিতা।
এচামে নোচোৱাকৈ বিতৰ্ক কৰি আছে।আজি নলবাৰীৰ পকোৱাত আৱাহন থিয়েটাৰৰ প্ৰেক্ষাগৃহত আয়োজন কৰা এক সংবাদমেল সম্বোধন কৰি অভিজিৎ ভট্টাচাৰ্য্য আৰু প্ৰস্তুতি পৰাশৰৰ মত অক্ষত অৱস্থাত আছে জ্যোতিপ্ৰসাদৰ লভিতা।
জ্যোতিপ্ৰসাদৰ লভিতাক আলম লৈহে ৰচনা কৰা হৈছে নাটখন।নাটকখনত সংযোজিত বিভিন্ন গীত সন্দৰ্ভতো প্ৰতিক্ৰিয়া শিল্পী দুগৰাকী।
নলবাৰীৰ পৰা ফইজুল হক চৌধুৰীৰ প্ৰতিবেদন
Leave a Reply