শিৱসাগৰ নাজিৰা কলেজ তিনিআলিৰ গ্ৰামীণ বিকাশ বেংকৰ তলত হঠাৎ অগ্নিকাণ্ড

♦শিৱসাগৰ জিলাৰ নাজিৰাৰ পৰা পাৰ্থ প্ৰতিম বৰুৱা,অসম খবৰঃ
নাজিৰা কলেজ তিনিআলিৰ গ্ৰামীণ বিকাশ বেংকৰ তলত হঠাৎ অগ্নিকাণ্ডৰ সূত্ৰপাত
হুৱা দুৱা লাগে নাজিৰাবাসী ৰাইজৰ মাজত।
জানিব পৰা মতে শ্বৰ্ট চাৰ্কিটৰ ফলত এটা ফ্ৰিজৰ পৰা এই অগ্নিকাণ্ড সংঘটিত হয়।
অগ্নিকাণ্ডৰ ফলত বেংকৰ কৰ্মচাৰী সকলৰ লগতে ওচৰ অঞ্চলৰ লোকসকলৰ মাজত আতংকময় পৰিৱেশ বিৰাজ কৰে৷
স্থানীয় প্ৰশাসনৰ তৎপৰতাত শ্বৰ্ট চাৰ্কিটৰ জুই নুমুৱাবলৈ সক্ষম হয়।

Be the first to comment

Leave a Reply

Your email address will not be published.


*