বায়ু সেনা আৰু অন্যান্য সংস্থাৰ সহায়ত স্থানান্তৰ কৰা হ’ল ডিমা হাছাওত আৱদ্ধ হৈ থকা ২৮০০ যাত্ৰীক
গুৱাহাটী,১৭ মে’: নেৰানেপেৰা বৰষুণৰ ফলত শিলচৰ-লামডিং ব্ৰডগজ ৰেলপথত ভূমিস্খলন। পাহাৰ লাইনৰ দাওটোহাজা আৰু ফাইডিং ৰে’ল ষ্টেচনৰ মাজৰ 77/3-4 কিলোমিটাৰ এলেকাত এই ভূমিস্খলন সংঘটিত হয় । […]