শিৱসাগৰত আন্তঃৰাষ্ট্ৰীয় শিৱ মহোৎসৱ
♦শিৱসাগৰৰ পৰা পৰাগ বড়াঃ ঐতিহাসিক শিৱসাগৰ শিৱদৌল প্ৰাংগণত আজিৰে পৰা ১৩ মার্চলৈ আয়োজন কৰা হৈছে আন্তঃৰাষ্ট্ৰীয় শিৱ মহোৎসৱ৷ আজি শুভ উদ্বোধন অনুষ্ঠানত স্মৃতি গ্ৰন্থ উন্মোচন […]
♦শিৱসাগৰৰ পৰা পৰাগ বড়াঃ ঐতিহাসিক শিৱসাগৰ শিৱদৌল প্ৰাংগণত আজিৰে পৰা ১৩ মার্চলৈ আয়োজন কৰা হৈছে আন্তঃৰাষ্ট্ৰীয় শিৱ মহোৎসৱ৷ আজি শুভ উদ্বোধন অনুষ্ঠানত স্মৃতি গ্ৰন্থ উন্মোচন […]
♦কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথঃ বিকাশ আৰু উন্নয়নে স্পৰ্শ নকৰা গোৱালপাৰা জিলাৰ অসম-মেঘালয় সীমান্তৱৰ্তী এটি বৃহৎ অঞ্চল কুকুৰকাটাৰ টিকলিপাৰা৷ আচৰিত কথা এয়ে যে এই […]
■ নলবাৰী : অতীতৰ ঐতিহ্যৰ ভেটিক নিৰ্ভৰ কৰি জাতি নিৰ্মাণ হয় । সেয়ে ঐতিহ্যক সন্মান জনাব নাজানিলে আমাৰ বিপদ অনিবাৰ্য । ঐতিহ্য বহনকাৰী লোকসকলৰ বিষয়ে […]
■ কন্দৰ্প কুমাৰ দেৱ নাথ, কৃষ্ণাই: গোৱালপাৰা জিলাৰ কৃষ্ণাই অঞ্চলৰ কৃষ্ণাই-ভেলাখামাৰ-লালাবৰি সংযোগী পথটো এটা অতি গুৰুত্বপূৰ্ণ গড়কাপ্তানি পথ। কৃষ্ণাই মৰনৈ গড়কাপ্তানি পথৰ খাৰিজা মানিকপুৰৰ পৰা […]
♦কন্দৰ্প কুমাৰ দেৱ নাথ, কৃষ্ণাইঃ প্ৰাৰ্থিত্ব কেন্দ্ৰীক সংঘাতে উত্তপ্ত কৰিছে গোৱালপাৰা জিলাৰ ৩৬ নং দুধনৈ বিধান সমষ্টিৰ বিজেপি দলৰ ভিতৰ চ’ৰা৷ সমষ্টিটোত বৰ্তমানৰ বিধায়ক দীপক […]
♦পাৰ্থ প্ৰতিম বৰুৱা,নাজিৰাঃ শিৱসাগৰ জিলাৰ ১০৪নং বিধানসভা সমষ্টিত আগন্তুক নিৰ্বাচনৰ বাবে আজি পৃথকে পৃথকে কংগ্ৰেছ আৰু বিজেপি দলৰ সৈ টিকট প্ৰাপ্ত প্ৰাৰ্থী সকলে মনোনয়ন পত্ৰ […]
■ “সোন তই ক’লৈ গলি মোৰ চকুৰ আগলৈ আহি মোক এবাৰ মা বুলি মাত, মই তোৰ কৰনে ভাত বাঢ়ি থৈছিলো, কিন্তু তই নাহিলি সোন,দেউতাৰে ৰাতি […]
♦পাৰ্থ প্ৰতিম বৰুৱা,নাজিৰাঃ শিৱসাগৰ জিলাৰ হাঁহচৰাত আজি বিয়লি এক ভয়ংকৰ অগ্নি কাণ্ডৰ ঘটনা সংঘটিত হয়। হাঁহচৰা কুজিৱালীৰ পৰা প্ৰায় ৩০০ মিটাৰ নিলগত শিৱসাগৰ-নাজিৰা সংযোগী মূল […]
■ ছিপাঝাৰৰ পৰা ফখৰুদ্দিন আহমেদ, অসম খবৰঃ দৰং জিলা সংমন্ডলৰ অন্তৰ্গত সানোৱা গৰুখুটি অঞ্চলৰ নাৰী শিক্ষানুষ্ঠান জয়মতী কুঁৱৰী বালিকা উচ্চ ইংৰাজী বিদ্যাপীঠৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক […]
■-ৰঙিয়াৰ পৰা চৈয়দ মোস্তাফা আহমেদঃ এসময়ৰ কংগ্ৰেছৰ দূৰ্গ স্বৰূপ ৫৭নং ৰঙিয়া বিধানসভা সমষ্টি। এই সমষ্টিৰ পৰাই প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ পদ অলংকৃত কৰিছিল বৰ্তমানৰ বিজেপি সাংসদ […]
Copyright © 2024 | WordPress Theme by MH Themes
লেখনি বিচৰা হৈছেঃ
অসম খবৰ ডিজিটেল সংবাদ গোষ্ঠীৰ বাৰ্ষিক আলোচনী ‘জনকণ্ঠ’ৰ বাবে সৃষ্টিশীল লেখনি বিচৰা হৈছেঃ
প্ৰতিগৰাকী লেখক/লেখিকাৰ বাবে অনুৰোধঃ
📌 লেখাবোৰ সৃজনীমূলক লেখা, যেনে- স্বৰচিত গল্প, প্ৰৱন্ধ, কবিতা, ধাৰাবাহিক উপন্যাস, অনুবাদ সাহিত্য, ভৌতিক গল্প, বিশেষ ব্যক্তিৰ সাক্ষাৎকাৰ, ভ্ৰমণ কাহিনী, ক্ৰীড়া বাৰ্তা, নীলাখামৰ চিঠি, কৌতুক, সাঁথৰ, মহৎলোকৰ বাণী, কুইজ, সাংবাদিকতাৰ অভিজ্ঞতা, সংবাদ ক্ষেত্ৰৰ ভৱিষ্যত, বুৰঞ্জীমূলক লেখা, স্বাস্থ্য সজাগতা,
ৰাজনীতিৰ ওপৰত লেখা, সৃষ্টিশীল বাতৰি, ছবি, কাৰ্টুন, ফটোগ্ৰাফী ইত্যাদি সামৰি লোৱা হৈছে।
📌 একেজন লিখকৰ একাধিক সৃষ্টিও ইয়াত প্ৰকাশ পাব। চৰ্ত কেৱল প্ৰকাৰ ভিন্ন হোৱাটো বাঞ্চনীয়।
📌আলোচনীত যিকোনো ধৰণৰ লেখা প্ৰকাশ পাবৰ বাবে আপোনাৰ সৃষ্টিৰাজিক স্পষ্টকৈ মোবাইলত বা কম্পিউটাৰ DTP কৰি অহা ৩০ ডিচেম্বৰ, ২০২৪ৰ ভিতৰত asomkhobor@gmail.com অথবা 8404052898 নম্বৰত প্ৰেৰণ কৰিবলৈ অনুৰোধ জনালোঁ।
ইতি-
‘অসম খবৰ’ পৰিয়ালৰ হৈ
মুখ্য সম্পাদক অশ্বিনী কুমাৰ গগৈ
মুখপাত্ৰ সম্পাদক শ্ৰীমন্ত দাস
This will close in 20 seconds