
মন্ত্রী অশোক সিংহলে আজি চৰাইদেউ মৈদাম পৰিদৰ্শন কৰাৰ লগতে অহা ৯ জানুৱাৰীৰ পৰা হ’বলগীয়া চৰাইদেউ মহোৎসৱৰ প্ৰস্তুতিৰ বুজ লয়। পৰিদৰ্শনৰ অন্তত ইউনেস্কোৰ বিশ্ব ঐতিহ্যৰ তালিকাত স্থান পোৱাৰ পাছত চৰাইদেউ মৈদামৰ গুৰুত্ব বিশ্ব দৰবাৰত বৃদ্ধি পোৱা বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে।



