শেহতীয়া আপডেটঃ

কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত:

 

বুধবাৰে অনুষ্ঠিত হয় কেবিনেট বৈঠক ।
এই বৈঠকত লোৱা হয় বহু কেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত।

■ ৰাজ্যৰ চাহ বাগানসমূহত শীতকালত উৎপাদনকাৰ্য স্থিমিত হোৱাৰ পৰিপ্ৰেক্ষিতত এম জি এনৰেগাৰ অধীনত চাহ শ্ৰমিকসকলক পুখুৰী খনন, পথ নিৰ্মাণ আদিত কৰ্মসংস্থাপন প্ৰদানৰ বাবে আজিৰ কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে৷

■এম জি এনৰেগাৰ অধীনত পুখুৰী খনন কাৰ্য অগ্ৰাধিকাৰ ভিত্তিত গ্ৰহণ কৰাৰ লগতে গ্ৰাম্য অৰ্থনীতি সৱলীকৰণৰ বাবে সাঁচি, চোমগছ আদি ৰোপণৰ পদক্ষেপ ল’বলৈ আজিৰ কেবিনেটে সিদ্ধান্ত লয়৷
পঞ্চদশ বিত্তীয় আয়োগৰ অধীনত গ্ৰামাঞ্চলত বিদ্যালয়, অংগনৱাড়ী কেন্দ্ৰ, পাৰ্ক আদি নিৰ্মাণৰ বাবে আজিৰ কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে৷

গুৱাহাটী উন্নয়ন বিভাগ আৰু নগৰ উন্নয়ন বিভাগক একত্ৰিত কৰি ‘গৃহ আৰু নগৰ পৰিক্ৰমা’
নামেৰে এটা বিভাগ কৰাৰ বাবে আজিৰ কেবিনেটে সিদ্ধান্ত লয়৷
■ সাধাৰণ প্ৰশাসন বিভাগ আৰু সচিবালয় প্ৰশাসন বিভাগক একত্ৰিত কৰি সাধাৰণ প্ৰশাসন বিভাগ নামেৰে এটা বিভাগ কৰাৰ বাবে আজিৰ কেবিনেটে সিদ্ধান্ত লয়৷
■ আজিৰ কেবিনেটে সিদ্ধান্ত লয় যে এতিয়াৰে পৰা তথ্য আৰু জনসংযোগ মন্ত্ৰীয়ে বাতৰি কাকত আৰু বৈদ্যুতিন সংবাদ মাধ্যমত প্ৰকাশিত আৰু প্ৰচাৰিত বিজ্ঞাপনৰ বিল পৰিশোধৰ ক্ষেত্ৰত পোনপটীয়াকৈ অনুমোদন জনাব পাৰিব৷
■ কেবিনেটে গোলাঘাট আৰু সৰুপথাৰ ৰাজহ চক্ৰক খৰাং পীড়িত অঞ্চল বুলি ঘোষণা কৰে৷ বিত্ত মন্ত্ৰী অজন্তা নেওগৰ উপস্থিতিত ৰাজহ মন্ত্ৰী যোগেন মহন আৰু জলসিঞ্চন মন্ত্ৰী অশোক সিংহালক খৰাং পীড়িত অঞ্চল পৰিদৰ্শন কৰি ভুক্তভোগী পৰিয়ালক প্ৰয়োজনীয় আৰ্থিক সাহায্য প্ৰদানৰ বাবে দায়িত্ব অৰ্পণ কৰে৷
■ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ বাসভৱনক ‘ঐতিহ্য ভৱন’ হিচাপে ঘোষণা কৰি সংৰক্ষণৰ পদক্ষেপ লোৱাৰ বাবে আজিৰ কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে৷

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.