শেহতীয়া আপডেটঃ

আনুষ্ঠানিকভাবে আৰক্ষী আয়ুক্ত হিচাপে দায়িত্ব গ্ৰহণ কৰিলে পাৰ্থ সাৰথি মহন্তই

  • আজি আনুষ্ঠানিকভাবে আৰক্ষী আয়ুক্ত হিচাপে দায়িত্ব গ্ৰহণ কৰিলে পাৰ্থ সাৰথি মহন্তই
  • নতুন দায়িত্ব লৈয়েই গুৱাহাটীবাসী ৰাইজলৈ নতুন হেল্পলাইন নম্বৰ মুকলি
  • ওজৰ-আপত্তি তথা সমস্যাৰ বিষয়ে whats app কৰিব পাৰিব মহানগৰবাসীয়ে
  • 6026900651 নম্বৰ যোগে সকলোৱে দৰ্খাব পাৰিব অভাৱ অভিযোগ

  • 24×7 সক্ৰিয় থাকিব এই Whats App নম্বৰ
  • গুৱাহাটীত অপৰাধৰ হাৰ বহুত বেছি
  • অপৰাধ নিয়ন্ত্ৰণৰ বাবে আমি যিমান পাৰি শস্ত্ৰম থাকিম
  • গুৱাহাটীবাসীৰ প্ৰতিটো মুহূৰ্তত সমৰ্থন লাগিব মহানগৰ আৰক্ষীক
  • চেইন চুৰি , ম’বাইল চুৰি চাইবাৰ চক্ৰ উৎখাত কৰাৰ বাবে আমি চেষ্টা কৰিম
  • ৩১ ডিচেম্বৰ দিনা সুৰা পান কৰি গাড়ী চলাবলৈ মানা কৰা হৈছিল
  • সেই আহ্বান মানিছিল গুৱাহাটী বাসীয়ে
  • ৩১ ডিচেম্বৰ দিনা গুৱাহাটীত কেৱল ৯৪ টা এনেধৰণৰ কেচ পোৱা গৈছিল
  • গতিকে ৰাইজৰ সহযোগ অবিহনে কোনো সম্ভৱ নহয়
album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.